ইতিহাসৰ পাতত লিপিবদ্ধ আজিৰ দিনটোৰ ঘটনা পৰিঘটনা…

১৯৮৭ চনৰ আজিৰ দিনটোতে গোৱাই ভাৰতৰ ৰাজ্যৰ মৰ্যাদা লাভ কৰে। গোৱা ভাৰতৰ ২৬ সংখ্যক ৰাজ্য হিচাপে পৰিগণিত হয়। আজিৰ দিনটোতে বাংলাদেশৰ ৰাষ্ট্ৰপতি জিয়া-উৰ-ৰহমান আৰু তেওঁৰ আঠজন সহকৰ্মীক হত্যা কৰা হয় আৰু দেশত জৰুৰীকালীন অৱস্থা জাৰি কৰা হয়। ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক দিনটোৰ ঘটনা পৰিঘটনা ।

ইতিহাসৰ পাতত লিপিবদ্ধ আজিৰ দিনটোৰ ঘটনা পৰিঘটনা…
Published: 

30 May 2025 10:15 AM

আজি ৩০ মে’ৰ দিনটো ইতিহাসৰ বাবে অতি গুৰুত্বপূৰ্ণ । আজিৰ দিনটো দিনটো বহু ঘচনা পৰিঘটনাৰ বাবে সাক্ষী হৈ আছে । ১৯৮৭ চনৰ আজিৰ দিনটোতে গোৱাই ভাৰতৰ ৰাজ্যৰ মৰ্যাদা লাভ কৰে। গোৱা ভাৰতৰ ২৬ সংখ্যক ৰাজ্য হিচাপে পৰিগণিত হয়। আজিৰ দিনটোতে বাংলাদেশৰ ৰাষ্ট্ৰপতি জিয়া-উৰ-ৰহমান আৰু তেওঁৰ আঠজন সহকৰ্মীক হত্যা কৰা হয় আৰু দেশত জৰুৰীকালীন অৱস্থা জাৰি কৰা হয়। ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক দিনটোৰ ঘটনা পৰিঘটনা ।

দিনটোৰ ইতিহাস

  1. ১৮২৬ চনৰ আজিৰ দিনটোতে প্ৰথমখন হিন্দী সাপ্তাহিক কাকত উদন্ত মাৰ্তাণ্ড প্ৰকাশ।
  2. ১৯৮১ চনৰ আজিৰ দিনটোতে বাংলাদেশৰ ৰাষ্ট্ৰপতি জিয়া-উৰ-ৰহমান আৰু তেওঁৰ আঠজন সহকৰ্মীক হত্যা, দেশত জৰুৰীকালীন অৱস্থা জাৰি কৰা হয়।
  3. ১৯৮৭ চনৰ আজিৰ দিনটোতে গোৱাই ৰাজ্যৰ মৰ্যাদা লাভ কৰে। গোৱা ভাৰতৰ ২৬ সংখ্যক ৰাজ্য হিচাপে পৰিগণিত হয়।
  4. ১৯৯৮ চনৰ আজিৰ দিনটোতে পাকিস্তানে ষষ্ঠ পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰে।
  5. ২০০৩ চনৰ আজিৰ দিনটোতে নেপালৰ ভাৰপ্ৰাপ্ত প্ৰধানমন্ত্ৰী লোকেন্দ্ৰ বাহাদুৰ চান্দই পদত্যাগ কৰে।
  6. ২০০৪ চনৰ আজিৰ দিনটোতে চৌদি আৰৱত পণবন্দী সংকটৰ অন্ত পৰে যদিও দুজন ভাৰতীয়কে ধৰি ২২ জন লোকৰ মৃত্যু হয়।
  7. ২০০৭ চনৰ আজিৰ দিনটোতে আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষী দিৱসত ১০৭ গৰাকী শান্তিৰক্ষীক সন্মানিত কৰা হয়।
দল ঘোষণাৰ পিছতো হ’ব পাৰে পৰিৱৰ্তন, বিচিচিআইৰ সিদ্ধান্তৰ পিছত দলত স্থান পাব ৰাহুল আৰু চিৰাজে!
ঘৰৰ মুখ্য দুৱাৰৰ ওচৰত নাৰাখিব এইসমূহ সামগ্ৰী, দেখা দিব দৰিদ্ৰতাই!
বৃক্কত সমস্যা হ'লে দেখা দিয়ে এই ৭ টা লক্ষণ! জানক বিশেষজ্ঞৰ পৰা...
বছৰৰ দ্বিতীয় সূৰ্য গ্ৰহণ অশুভ এই ৰাশিৰ লোকৰ বাবে! জানক...