ঘৰৰ দুৱাৰমুখত এই ৫টা বস্তু থকাটো অশুভ!

22 AUG 2025

TV9 ASSAM

বাস্তুশাস্ত্ৰৰ মতে ঘৰৰ সকলো বস্তুতে এক শক্তি থাকে ৷ 

বাস্তু

নিগেটিভ আৰু পজিটিভ শক্তিৰে ঘৰখনক প্ৰভাৱিত কৰে ৷ 

বাস্তু

ঘৰৰ মুখ্য দুৱাৰৰ দক্ষিণ বা উত্তৰ দিশত গণেশৰ মূৰ্তি লগাব নালাগে।

কি নকৰিব

বাস্তু শাস্ত্ৰ মতে, কেতিয়াও ঘৰৰ মুখ্য দুৱাৰৰ বাহিৰত জাৱৰ নাৰাখিব।

নাৰাখিব

দুৱাৰমুখ পৰিষ্কাৰ হ’লে আপোনাৰ জীৱনত ধনাত্মক প্ৰভাৱ পৰিব।

বাস্তু নিয়ম

ঘৰৰ মুখ্য দুৱাৰৰ ওচৰত ঝাড়ু ৰাখিলে অৰ্থ ক্ষয় হয়।

বাস্তু নিয়ম

ঘৰৰ বাহিৰত জোতা–চেণ্ডেল ৰখাটো অশুভ বুলি কোৱা হয়।

লক্ষ্মীৰ অপমান

লগতে পঢ়ক

অপৰাধ শাখাৰ ৰোষত সাংবাদিক অভিসাৰ শৰ্মা