বছৰৰ দ্বিতীয় সূৰ্যগ্ৰহণ বেয়া এই ৰাশিৰ লোকৰ বাবে!

22 AUG 2025

TV9 ASSAM

বছৰৰ দ্বিতীয়টো সূৰ্য গ্ৰহণ ২১ ছেপ্টেম্বৰত হ'ব। এই সূৰ্যগ্ৰহণ ভাৰতত দৃশ্যমান নহয়। হিন্দু ধৰ্মত হিন্দু গ্ৰহণৰ বিশেষ মহত্ব আছে। এই সূৰ্য গ্ৰহণৰ প্ৰভাৱ ৪টা ৰাশিৰ ওপৰত পৰিব।

সূৰ্য গ্ৰহণ

ভাৰতীয় সময় অনুসৰি ২১ ছেপ্টেম্বৰত সূৰ্য গ্ৰহণ নিশা ১০.৫৯ বজাৰ পৰা পুৱতি নিশা ৩.২৩ বজালৈ। নিশা হোৱা বাবে ভাৰতত এই সূৰ্য গ্ৰহণ দেখা পোৱা নাযাব।

সময়

জ্য়োতিষ শাস্ত্ৰ অনুসৰি, বছৰৰ দ্বিতীয়টো সূৰ্য গ্ৰহণ ৪টা ৰাশিৰ বাবে অশুভ পৰিণাম কঢ়িয়াই আনিব। গতিকে এই ৰাশি কেইটাৰ লোক সাৱধান হোৱা ভাল।

বেয়া

এই ৰাশিৰ লোকৰ বাবে সূৰ্যগ্ৰহণ অশুভ হ'ব। দাম্পত্য জীৱনত গুৰুত্ব দিব। ইয়াৰোপৰি স্বাস্থ্যজনিত সমস্যাই দেখা দিব পাৰে। সেয়ে সাৱধান হৈ থকা ভাল।

মিথুন

এই সময়চোৱাত আপোনাৰ আৰ্থিক সমস্যাই দেখা দিব পাৰে। ধনৰ লেনদেন কৰাত সাৱধান হোৱা দৰকাৰ। নতুন কামত হাত লগালে ক্ষতি হোৱাৰ সম্ভাৱনা আছে।

কন্যা

আৰ্থিক দিশত সমস্যা আহিব পাৰে। ব্যক্তিগত জীৱনত কিছুমান সমস্যা আহিব পাৰে। কাজিয়াৰ পৰা আঁতৰি থাকক। আনক ধন ধাৰলৈ নিদিব। স্বাস্থ্যত গুৰুত্ব দিয়ক।

ধনু

শত্ৰুৰ পৰা সাৱধান থাকিব। ঘৰত অশান্তি হোৱাৰ সম্ভাৱনা। মাটি-সম্পত্তি সম্পৰ্কীয় কোনো বিবাদ হ'ব পাৰে। খৰচ বৃদ্ধি হ'ব । টকা বিনিয়োগ কৰাত সাৱধান।

মীন 

পঢ়িবলৈ ক্লিক কৰক 

গণেশ চতুৰ্থী ভাল এই ৰাশিৰ লোকৰ বাবে