গুৱাহাটীত অঘটন, ব্ৰহ্মপুত্ৰত জাপ জুবিন অনুৰাগীৰ !

ৱাহাটী ব্ৰহ্মপুত্ৰত সংঘটিত হৈছে এই অঘটন। জাহাজৰ পৰা এজন যুৱকে জাপ দিয়ে ব্ৰহ্মপুত্ৰত। খবৰ অনুসৰি, গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটী ৰজাদূৱাৰ অভিমুখী এম ভি সুদৰ্শন নামৰ জাহাজৰ পৰা এজন যুৱকে জাপ দিয়ে ব্ৰহ্মপুত্ৰত।

গুৱাহাটীত অঘটন, ব্ৰহ্মপুত্ৰত জাপ জুবিন অনুৰাগীৰ !
Published: 

21 Sep 2025 | 08:19 AM

বৰঝাৰ বিমান বন্দৰৰ পৰা জুবিন গাৰ্গৰ শেষ যাত্ৰা আৰম্ভ হৈছে। বৰঝাৰ পৰা কাহিলীপাৰা বাসগৃহলৈ নিয়া হৈছে জুবিনৰ নশ্বৰদেহ। কাহিলীপাৰাৰ পৰা ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে সৰুসজাইলৈ নিয়া হ’ব জুবিনৰ নশ্বৰদেহ। গুৱাহাটীত দেখা গৈছে জনসমুদ্ৰ।

ইয়াৰ মাজতে ভয়ংক ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে। গুৱাহাটী ব্ৰহ্মপুত্ৰত সংঘটিত হৈছে এই অঘটন। জাহাজৰ পৰা এজন যুৱকে জাপ দিয়ে ব্ৰহ্মপুত্ৰত। খবৰ অনুসৰি, গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটী ৰজাদূৱাৰ অভিমুখী এম ভি সুদৰ্শন নামৰ জাহাজৰ পৰা এজন যুৱকে জাপ দিয়ে ব্ৰহ্মপুত্ৰত।

গুৱাহাটীৰ পৰা ৬ বজাত ৰজাদূৱাৰ অভিমুখী জাহাজৰ পৰা ৰূপৱে খুটাৰ সমীপত জাপ দিছিল যুৱকজনে। লাইফ জেকেট পৰিধান কৰা ২২ বছৰীয়া যুৱকজনে হঠাৎ জাহাজৰ পৰা দিছিল জাপ।

যুৱকজনৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই। জুবিন অনুৰাগী যুৱকজনে নিশা গুৱাহাটীত অতিবাহিত কৰি শোকত ভাগি পৰি এই কাৰ্য সংঘটিত কৰা বুলি সন্দেহ কৰা হৈছে। এতিয়ালৈ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ লোক উপস্থিত হোৱা নাই ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...