‘অভিযুক্তৰ মুখত কোনো অনুসূচনা নাই’ – গৰিমা শইকীয়া গাৰ্গৰ আক্ষেপ

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক লৈ ক্ৰমাৎ বৃদ্ধি পোৱা তদন্ত আৰু আইনী প্ৰক্ৰিয়াৰ মাজতে গৰিমা শইকীয়া গাৰ্গে সংবাদ মাধ্যমৰ আগত কয় যে, "এইবাৰ ৫ জনে জামিন আবেদন দাখিল কৰিছে। পূৰ্বে ৩ জন আছিল। আজি ভাৰ্চুৱেলি আদালতত হাজিৰ হোৱা ৭ জন অভিযুক্তৰ মুখত কোনো কোনো অনুসূচনা নাই।"

Edited By: 

Trishna Kalita | Updated On: 17 Jan 2026 | 06:58 PM

আজি সম্পন্ন হয় জুবিন গাৰ্গ হত্যাৰ গোচৰৰ চতুৰ্থটো শুনানি । জিলা সত্র ন্যায়াধীশৰ আদালতত সম্পন্ন শুনানি। ২২ জানুৱাৰীত হ’ব জুবিন গাৰ্গ হত্যাৰ গোচৰৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰা হৈছে। আদালতত চৰকাৰী পক্ষই বিচাৰিছে অতিৰিক্ত সময়। শুনানিৰ সময়ত আদালতত উপস্থিত থাকে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু ভগ্নী পামী বৰঠাকুৰ।

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক লৈ ক্ৰমাৎ বৃদ্ধি পোৱা তদন্ত আৰু আইনী প্ৰক্ৰিয়াৰ মাজতে গৰিমা শইকীয়া গাৰ্গে সংবাদ মাধ্যমৰ আগত কয় যে, এইবাৰ ৫ জনে জামিন আবেদন দাখিল কৰিছে। পূৰ্বে ৩ জন আছিল। আজি ভাৰ্চুৱেলি আদালতত হাজিৰ হোৱা ৭ জন অভিযুক্তৰ মুখত কোনো কোনো অনুসূচনা নাই। এই কাৰ্যক অমানৱীয় আৰু অগ্ৰাহ্য বুলি অভিহিত কৰি অভিযুক্তই কঠোৰতম শাস্তিৰ সন্মুখীন হ’ব লাগিব বুলি পুনৰ এবাৰ উল্লেখ কৰে গৰিমা গাৰ্গে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...