গুৰুত্বই নহয়, দৰো বাঢ়িল বিশ্বজয়ী দীপ্তিৰ; আশা ভংগ এই দলৰ…

তাৰকা অলৰাউণ্ডাৰগৰাকীক ৩.২ কোটি টকাত নিজ দলত অন্তৰ্ভুক্ত কৰে ইউ পি ৱাৰিৱৰ্ছে। লক্ষণীয়ভাৱে দীপ্তিৰ নিবিদা আৰম্ভ হৈছিল ৫০ লাখ টকাৰ পৰা আৰু দিল্লী কেপিটেলছে তেওঁৰ বাবে নিবিদা আগবঢ়ায়। অৱশ্যে দীপ্তিৰ পূৰ্বৰ দল ইউ পি ৱাৰিৱৰ্ছে ৰাইট টু মেচ কাৰ্ড ব্যৱহাৰ কৰি দীপ্তিক পুনৰ দললৈ আনে।

Published: 

28 Nov 2025 | 08:25 PM

বৃহস্পতিবাৰে দিল্লীত অনুষ্ঠিত হয় ক্ৰিকেট বিশ্বৰ অন্যতম ধনাঢ্য তথা জনপ্ৰিয় মহিলা ক্ৰিকেট লীগ ৱ’মেন প্ৰিমিয়াৰ লীগ, চমুকৈ WPLৰ মেগা নিলাম। অহা বৰ্ষৰ আৰম্ভণিতেই অনুষ্ঠিত হ’বলগীয়া WPLৰ চতুৰ্থ সংস্কৰণৰ বাবে হোৱা খেলুৱৈৰ এই মেগা নিলামত প্ৰতিটো ফ্ৰেন্সাইজিয়ে এক শক্তিশালী দল নিৰ্মাণৰ স্বাৰ্থত বিপুল পৰিমাণৰ ব্যয় কৰে। এই মেগা নিলামত আটাইতকৈ দামী খেলুৱৈ হিচাপে পৰিগণিত হয় ভাৰতৰ অলৰাউণ্ডাৰ তথা সদ্যসমাপ্ত মহিলা ক্ৰিকেট বিশ্বকাপৰ শ্ৰেষ্ঠ খেলুৱৈ দীপ্তি শৰ্মা।

তাৰকা অলৰাউণ্ডাৰগৰাকীক ৩.২ কোটি টকাত নিজ দলত অন্তৰ্ভুক্ত কৰে ইউ পি ৱাৰিৱৰ্ছে। লক্ষণীয়ভাৱে দীপ্তিৰ নিবিদা আৰম্ভ হৈছিল ৫০ লাখ টকাৰ পৰা আৰু দিল্লী কেপিটেলছে তেওঁৰ বাবে নিবিদা আগবঢ়ায়। অৱশ্যে দীপ্তিৰ পূৰ্বৰ দল ইউ পি ৱাৰিৱৰ্ছে ৰাইট টু মেচ কাৰ্ড ব্যৱহাৰ কৰি দীপ্তিক পুনৰ দললৈ আনে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...