Ruja Ignatova: নাই সন্ধান ! বিগত ৭ বছৰে বিচাৰি ফুৰিছে বিশ্ব কেইবাটাও চোৰাংচোৱা সংস্থাই, সন্ধান দিওঁতালৈ ৪২ কোটি পুৰস্কাৰ
Ruja Ignatova: প্ৰতাৰণা কৰি শ শ কোটি টকা লুট কৰিছে। বিগত ৭ বছৰ ধৰি আমেৰিকাৰ এজেন্সী এফ বি আইকে ধৰি কেইবাটাও চোৰাংচোৱা সংস্থাই তেওঁক বিচাৰি ফুৰিছে। তথাপিও তেওঁৰ সন্ধান লাভ কৰা নাই । তেওঁ নাম- ৰুজা ইগনাটোভা।
1 / 8

2 / 8
3 / 8
4 / 8
5 / 8
6 / 8
7 / 8
8 / 8