Swimwear Fashion Show: আমি ভাবি থকা সেই দেশখন এতিয়া সলনি হৈছে ! প্ৰথমবাৰৰ বাবে সাঁতোৰৰ পোছাক পিন্ধি খোজ কাঢ়িলে মডেলসকলে
Swimwear Fashion Show: চৌদি আৰৱৰ নাম শুনিলেই মনলৈ আহে মক্কা আৰু মদীনা, হজ, বিশাল তৈল কূপ, কঠোৰ শ্বৰীয়ত আইন আৰু বোৰ্খা পিন্ধা মহিলা। কিন্তু, আমি জনা সেই চৌদি আৰবখন ক্ৰমান্বয়ে সলনি হ'বলৈ আৰম্ভ কৰিছে ।
1 / 8

2 / 8
3 / 8
4 / 8
5 / 8
6 / 8
7 / 8
8 / 8