শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
জুবিন গাৰ্গ সন্দৰ্ভত কি ক'লে ৰঘুপতিৰ প্ৰযোজক শৈলেন শৰ্মাই

জুবিন গাৰ্গ সন্দৰ্ভত কি ক’লে ৰঘুপতিৰ প্ৰযোজক শৈলেন শৰ্মাই

barasha-misra
Barasha Misra | Updated On: 19 Sep 2025 21:23 PM

হাৰ্ট থ্ৰব জুবিন গাৰ্গৰ মৃত্যুত শোকস্তব্ধ প্ৰযোজকসকল। শ্ৰী ৰঘূপতি ছবিৰ প্ৰযোজক টংলাৰ বিশিষ্ট ব্যবায়ায়ী শৈলেন শৰ্মা। পৰবৰ্তী ছবি অগ্নিবানত কণ্ঠদান কৰাৰ কথা আছিল জুবিনৰ।

মৃত্যু এতিয়া সহজ! জুবিনৰ সুৰীয়া যাত্ৰা ছিংগাপুৰত অন্ত পৰে। জুবিনৰ গায়নশৈলী তথা পৰিৱেশনশৈলীয়ে সকলোকে মুগ্ধ কৰিছিল ।বৃহস্পতিবাৰে শেষৰ বাবে সংগীত পৰিৱেশন কৰে জুবিনে। জুবিন গাৰ্গৰ মৃত্যু অসমৰ সাংস্কৃতিক জগতৰ বাবে অপূৰণীয় ক্ষতি ৷ বিশ্ববিশ্ৰুত শিল্পীগৰাকীৰ মৃত্যুত অজস্ৰ গুণমুগ্ধই শোকত ভাঙি পৰিছে। নৰ্থ ইষ্ট ফেষ্টিভেলত অংশ ল’বলৈ ছিংগাপুৰলৈ দুদিন পূৰ্বে গৈছিল জুবিন গাৰ্গ।

হাৰ্ট থ্ৰব জুবিন গাৰ্গৰ মৃত্যুত শোকস্তব্ধ প্ৰযোজকসকল। শ্ৰী ৰঘূপতি ছবিৰ প্ৰযোজক টংলাৰ বিশিষ্ট ব্যবায়ায়ী শৈলেন শৰ্মা। পৰবৰ্তী ছবি অগ্নিবানত কণ্ঠদান কৰাৰ কথা আছিল জুবিনৰ।