শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
Gaurav Gogoi : মুখ্যমন্ত্ৰীয়ে সদায় উল্টা কথাহে বুজে আৰু অসমৰ ৰাইজক কয়, গৌৰৱৰ কটাক্ষ

Gaurav Gogoi : মুখ্যমন্ত্ৰীয়ে সদায় উল্টা কথাহে বুজে আৰু অসমৰ ৰাইজক কয়, গৌৰৱৰ কটাক্ষ

barasha-misra
Barasha Misra | Published: 28 Oct 2025 17:38 PM

তেলেংগানা বা হাইদৰাবাদত কেন্দ্ৰীয় চৰকাৰৰ আঁচনিবোৰ কংগ্ৰেছ চৰকাৰ থকাৰ বাবে নগ'ল নেকি। মন্ত্ৰীজনে আবেগিক হৈ কিবা এটা ক'লে কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কথাবোৰ ওলোটাকৈ বুজে। এই মন্তব্য সাংসদ গৌৰৱ গগৈৰ।

মুখ্যমন্ত্ৰীয়ে সদায় উল্টা কথাহে বুজে আৰু অসমৰ ৰাইজক কয়। কৰ্ণাটকৰ মন্ত্ৰী প্ৰিয়াংক খাৰ্গে কৈছিল, ভাৰতবৰ্ষৰ ইঞ্জিনিয়াৰিং টেলেণ্ট কৰ্ণাটকত গৈ আছে। আমাৰ অসমৰো যুৱক-যুৱতীও আছে। এইখিনি কথাই প্ৰিয়াংক খাৰ্গে ক’লে। কেৱল বিজেপি শাসিত অঞ্চলসমূহতে কিয় কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহ গৈছে। ছেমি কণ্ডাক্টৰ প্ৰকল্প কিয় অসম আৰু গুজৰাটতহে আহিছে? তেলেংগানা বা হাইদৰাবাদত কেন্দ্ৰীয় চৰকাৰৰ আঁচনিবোৰ কংগ্ৰেছ চৰকাৰ থকাৰ বাবে নগ’ল নেকি। মন্ত্ৰীজনে আবেগিক হৈ কিবা এটা ক’লে কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কথাবোৰ ওলোটাকৈ বুজে। এই মন্তব্য সাংসদ গৌৰৱ গগৈৰ।

সবিশেষৰ বাবে চাওক সম্পূৰ্ণ ভিডিঅ’…