শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
প্ৰিয় ৰেষ্টুৰেণ্টৰ পৰা অনলাইনত অৰ্ডাৰ কৰিব নোৱাৰিব খাদ্য! কাৰণ...

প্ৰিয় ৰেষ্টুৰেণ্টৰ পৰা অনলাইনত অৰ্ডাৰ কৰিব নোৱাৰিব খাদ্য! কাৰণ…

trishna-kalita
Trishna Kalita | Updated On: 23 Dec 2025 20:47 PM

দেশৰ শীৰ্ষ ৰেষ্টুৰেণ্টসমূহেও এতিয়া Swiggy বা Zomatoত পঞ্জীয়ন কৰিব নিবিচাৰে। সৰ্বভাৰতীয় সংবাদ মাধ্যমত প্ৰকাশিত এক প্ৰতিবেদনত দাবী কৰা হৈছে যে ৩৫ শতাংশ ৰেষ্টুৰেণ্টে এই কোম্পানী দুটাৰ সৈতে টাই-আপ কৰিব নিবিচাৰে।

শেহতীয়াকৈ দেশৰ অৰ্থনীতিত কেইবাটাও নতুন খণ্ডই গতি লাভ কৰিছে। ইয়াৰ ভিতৰত এটা হৈছে বাণিজ্য । লগতে অনলাইন খাদ্য ডেলিভাৰীও আছে। আৰু সেই পৰিস্থিতিত এনে এপ অৰ্থাৎ Swiggy বা Zomato ৰ ব্যৱহাৰো দ্ৰুতগতিত বৃদ্ধি পাইছে। কিন্তু এতিয়া চৰ্চালৈ আহিছে এটা নতুন বিষয় । আনকি দেশৰ শীৰ্ষ ৰেষ্টুৰেণ্টসমূহেও এতিয়া Swiggy বা Zomatoত পঞ্জীয়ন কৰিব নিবিচাৰে। সৰ্বভাৰতীয় সংবাদ মাধ্যমত প্ৰকাশিত এক প্ৰতিবেদনত দাবী কৰা হৈছে যে ৩৫ শতাংশ ৰেষ্টুৰেণ্টে এই কোম্পানী দুটাৰ সৈতে টাই-আপ কৰিব নিবিচাৰে।