পুলৱামাৰ সন্ত্ৰাসবাদী সংহাৰৰ পৰা মণিপুৰলৈ, চাওক দিনটোৰ শীৰ্ষ খবৰ…

May 16, 2025 | 12:11 AM

বৃ্হস্পতিবাৰে পুৱতি নিশা উপত্যাকাটোৰ পুলৱামা জিলাত নিৰাপত্তা বাহিনীয়ে চলোৱা এক অভিযানত ব্যাপক সফলতা লাভ কৰিছে। সন্ত্ৰাসবাদীৰে সৈতে হোৱা সংঘৰ্ষত নিৰাপত্তাৰক্ষী বাহিনীৰ গুলীত তিনি সন্ত্ৰাসবাদী সদস্য নিহত হৈছে।

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পাছতে জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদ বিৰোধী অভিযান তীব্ৰতৰ কৰি তুলিছে ভাৰতীয় সেনাই। বৃ্হস্পতিবাৰে পুৱতি নিশা উপত্যাকাটোৰ পুলৱামা জিলাত নিৰাপত্তা বাহিনীয়ে চলোৱা এক অভিযানত ব্যাপক সফলতা লাভ কৰিছে। সন্ত্ৰাসবাদীৰে সৈতে হোৱা সংঘৰ্ষত নিৰাপত্তাৰক্ষী বাহিনীৰ গুলীত তিনি সন্ত্ৰাসবাদী সদস্য নিহত হৈছে। ইফালে মণিপুৰত ভাৰত-ম্যানমাৰ সীমান্তৰ ৰ চান্দেল জিলাত অসম ৰাইফলছে এক অভিযান চলাই ব্যাপক সফলতা লাভ কৰিছে। এই অভিযানত ১০ উগ্রপন্থী নিহত হৈছে। এই অভিযান এতিয়াও অব্যাহত আছে বুলি জানিবলৈ দিয়ে সেনাবাহিনীৰ ইষ্টাৰ্ণ কমাণ্ডে।

চাওঁ আহক দিনটোৰ আন কেতবোৰ গুৰুত্বপূৰ্ণ কথা…