শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
Labour Code 2025: মাহৰ এই তাৰিখৰ ভিতৰত কৰ্মচাৰীক দিব লাগিব দৰমহা...

Labour Code 2025: মাহৰ এই তাৰিখৰ ভিতৰত কৰ্মচাৰীক দিব লাগিব দৰমহা…

manas-borah
Manas Borah | Published: 23 Nov 2025 17:29 PM

কেন্দ্ৰীয় শ্ৰম মন্ত্ৰালয়ে জনাইছে যে, তথ্য প্ৰযুক্তি খণ্ড আৰু তথ্য প্ৰযুক্তি সেৱাৰ সৈতে জড়িত সকলো কোম্পানীয়ে প্ৰতি মাহৰ ৭ তাৰিখৰ ভিতৰত দৰমহা দিব লাগে। দৰমহা প্ৰক্ৰিয়াত স্বচ্ছতা অনাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে কেন্দ্ৰই।

শ্ৰম আইনখনৰ নতুন সংহিতাত তথ্য-প্ৰযুক্তি খণ্ডৰ কৰ্মচাৰী অৰ্থাৎ তথ্য প্ৰযুক্তি কোম্পানীসমূহৰ কৰ্মচাৰীসকলৰ দৰমহা কিমান তাৰিখৰ ভিতৰত দিব লাগে সেইটো নিৰ্দিষ্ট কৰা হৈছে। নতুন শ্ৰম সংহিতাত কোৱা হৈছে যে, আৰ্থিক স্থিতিশীলতা বজাই ৰাখিবলৈ আৰু কৰ্মসংক্ৰান্তীয় মানসিক চাপ হ্ৰাস কৰিবলৈ কৰ্মচাৰীসকলৰ দৰমহা নিৰ্দিষ্ট সময়ৰ ভিতৰত দিব লাগে।