শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
হাতৰ ধন সহজেই হ’ব দুগুণ, মাত্ৰ মানি চলক এই সূত্ৰ...

হাতৰ ধন সহজেই হ’ব দুগুণ, মাত্ৰ মানি চলক এই সূত্ৰ…

Monjit Dutta
Monjit Dutta | Published: 22 Nov 2025 21:48 PM

আপোনাৰ বিত্তীয় অৱস্থাক শক্তিশালী কৰি তুলিব পৰা এই সূত্ৰক বিশেষজ্ঞসকলে পিছে সহজ সূত্ৰ হিচাপেই বৰ্ণনা কৰিছে। অৰ্থাৎ এই সহজ সূত্ৰ অনুসাৰে আগবাঢ়িলে আপোনাৰ ধন সহজে দুগুণ হ’ব পাৰে বুলি অর্থনৈতিক বিশেষজ্ঞসকলে পৰামৰ্শ দিয়ে৷

অৰ্থনীতিৰ বিশেষজ্ঞসকলে ধন বিনিয়োগৰ ক্ষেত্ৰত কিছুমান বিশেষ নিয়মৰ বিষয়ে উল্লেখ কৰিছে। এই গুৰুত্বপূৰ্ণ নিয়মসমূহ মানি চলিলে ধন জমা কৰা সহজ হৈ পৰে বুলি বিশেষজ্ঞসকলে বাখ্যা কৰিছে। কেৱল সাধাৰণকৈ জমা কৰাই নহয়, এই জমা ধনৰ পৰিমাণ হ’ব পাৰে দুগুণ। পিছে এইক্ষেত্ৰত মানি চলিব লাগে এক সঠিক সূত্ৰ। এই সূত্ৰই ব্যক্তিগত বিত্তীয় দিশ শক্তিশালী কৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পাৰে। পিছে এই সূত্ৰটোৰ বিষয়ে জানেনে আপুনি?