শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
ATM ৰ পৰা ধন উলিওৱাৰ পাছত কিয় দুবাৰ Cancel বুটাম টিপা হয়?

ATM ৰ পৰা ধন উলিওৱাৰ পাছত কিয় দুবাৰ Cancel বুটাম টিপা হয়?

barasha-sarma
Barasha Sarma | Published: 23 Nov 2025 16:06 PM

ATM: বহু মানুহে নগদ ধন উলিয়াবলৈ এ টি এমৰ ব্যৱহাৰ কৰে। এনে ক্ষেত্ৰত দেখা যায় যে এ টি এমৰ পৰা ধন উলিওৱাৰ সময়ত কিছুমানে বাৰে বাৰে কেনচেল বুটামটো টিপি থাকে। পিছে কিয় কৰে এই কাম?

আপুনিও এটিএমৰ পৰা টকা উলিওৱাৰ পাছত বাৰে বাৰে কেনচেল বুটামটো টিপি থাকে নেকি? প্ৰায়ভাগ মানুহে এনে কৰে। দেখা যায় যে, কিছুমানে এটিএমৰ পৰা ধন উলিওৱাৰ পাছত কেনচেল বুটামটো দুবাৰ টিপি দিয়ে। বহুতে ভাবে এনে কৰিলে একো সমস্যা নহয়। পিছে ইয়াৰ ফলত কি হয় জানেনে?

আজিকালি সকলোফালে প্ৰযুক্তিৰ ব্যৱহাৰ। টকা-পইচাৰ লেনদেনৰ ক্ষেত্ৰতো বেছিকৈ অনলাইন সেৱা ব্যৱহাৰ কৰা হয়। কিন্তু তাৰ পাছতো নগদ ধনৰ প্ৰয়োজনীয়তা নুই কৰিব নোৱাৰি। নগদ ধন উলিয়াবলৈ মানুহে এ টি এম ব্যৱহাৰ কৰে। এনে সময়ত দেখা যায় যে বহুতে বাৰে বাৰে কেনচেল বুটামটো টিপি থাকে।  কিছুমানে ভাবে এনে কৰিলে কোনো সমস্যা নহয়। পিছে ইয়াৰ ফলত কি হয় জানেনে?

সবিশেষৰ বাবে চাওক ভিডিঅ’…