শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে: জুবিনৰ ন্যায়ৰ প্ৰসংগত লুৰীণজ্যোতি গগৈ

মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে: জুবিনৰ ন্যায়ৰ প্ৰসংগত লুৰীণজ্যোতি গগৈ

trishna-kalita
Trishna Kalita | Published: 28 Oct 2025 15:40 PM

লুৰীণজ্যোতিৰ প্ৰশ্ন- বিজেপিয়ে কাৰ পৰা ন্যায় বিচাৰিছে? ন্যায়পালিকা, গৃহবিভাগ, SIT-ৰ ওপৰত আস্থান নাই নেকি?  তেওঁ কয়,  "প্ৰসংগৰ পৰা ৰাইজৰ মনোযোগ আঁতৰাবলৈ বিভিন্ন বিষয় মেলি দিছে বিজেপিয়ে"। লুৰীণজ্যোতিয়ে কয়, ইয়াৰ বাবে নৈতিক দায়িত্ব স্বীকাৰ কৰি মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে।

বৰ্তমানেও অব্যাহত আছে জুবিন গাৰ্গৰ ন্যায়ৰ দাবী। কেনেকৈ মৃত্যু হ’ল জুবিনৰ? এই কথা জানিব বিচাৰিছে সকলোৱে। ইয়াৰ মাজতে জুবিনৰ ন্যায়ৰ দাবীৰে ৰাজপথত বিজেপিৰ সমদল। নলবাৰীৰ পিছত আজি মৰিগাঁওত বিজেপিৰ ৰেলীত অংশগ্ৰহণ কৰিছে  মন্ত্ৰী পীযুষ হাজৰিকাই। এই সন্দৰ্ভত সংবাদমেল সম্বোধন কৰে সভাপতি অজাপৰ লুৰীণজ্যোতি গগৈয়ে।

লুৰীণজ্যোতিৰ প্ৰশ্ন- বিজেপিয়ে কাৰ পৰা ন্যায় বিচাৰিছে? ন্যায়পালিকা, গৃহবিভাগ, SIT-ৰ ওপৰত আস্থান নাই নেকি?  তেওঁ কয়,  “প্ৰসংগৰ পৰা ৰাইজৰ মনোযোগ আঁতৰাবলৈ বিভিন্ন বিষয় মেলি দিছে বিজেপিয়ে”। লুৰীণজ্যোতিয়ে কয়, ইয়াৰ বাবে নৈতিক দায়িত্ব স্বীকাৰ কৰি মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে।