শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
জুবিনে কেনেকৈ লগ পাইছিল তেওঁৰ মৰমৰ কাজলীক? শুনক কাজলীৰ মুখেৰে ...

জুবিনে কেনেকৈ লগ পাইছিল তেওঁৰ মৰমৰ কাজলীক? শুনক কাজলীৰ মুখেৰে …

barasha-sarma
Barasha Sarma | Published: 27 Nov 2025 17:27 PM

Zubeen Garg Kajali: জুবিন গাৰ্গে সকলো মানুহকে মৰম কৰিছিল, বহু মানুহক সহায় কৰিছিল। তাৰ ভিতৰত আছিল কাজলী অন্যতম। কাজলীয়ে তেওঁক জুবিন পাপা বুলি সম্বোধন কৰিছিল।

জুবিন গাৰ্গ! অসমীয়াৰ এক আবেগ। যোৱা ছেপ্টেম্বৰত এটা সেই দুঃসংবাদটো যে এতিয়ালৈকে কোনোৱে মানি ল’ব বিচৰা নাই। প্ৰত্যোক অসমীয়াৰ মনত আছে জুবিন গাৰ্গ। জীয়াই থকা কালত জুবিনে সকলোকে সহায় কৰিছিল। তাৰ ভিতৰত অন্যতম কাজলী। এইগৰাকী কাজলীয়ে জুবিনক পাপা বুলি সম্বোধন কৰিছিল। জুবিনে প্ৰাণ ৰক্ষা কৰিছিল কাজলীৰ।

কিছুদিন পূৰ্বে কাজলীয়ে জুবিনক মনত কৰি মঞ্চতে কান্দি উঠিছিল। কৈছিল জুবিনে তেওঁক নতুন জীৱন দিছিল। তেওঁ জীৱনৰ তোলনীয় কন্যা। পিছে কেনেকৈ কাজলীয়ে জুবিনক লগ পাইছিল। এই সন্দৰ্ভত তেওঁ নিজেই মন্তব্য কৰিছে।

সবিশেষৰ বাবে চাওক ভিডিঅ’…