শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
পাকিস্তানলৈ গৈছিল ঐশ্বৰ্য ৰায়! এটা দিনৰ বাবদ কিমান টকা লৈছিল, জানি হ'ব আচৰিত...

পাকিস্তানলৈ গৈছিল ঐশ্বৰ্য ৰায়! এটা দিনৰ বাবদ কিমান টকা লৈছিল, জানি হ’ব আচৰিত…

barasha-sarma
Barasha Sarma | Updated On: 12 May 2025 14:14 PM

বলীউডৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী ঐশ্বৰ্য ৰায় বচ্চন। অভিনয়ৰ লগতে সৌন্দৰ্যৰ বাবেও অভিনেত্ৰীগৰাকীৰ দেশ-বিদেশত বহু সুনাম আছে। সাধাৰণৰ পৰা বিশিষ্ট অনুৰাগীসকলে অভিনেত্ৰীগৰাকীক ওচৰৰ পৰা চাব বিচাৰে।

ভাৰত-পাকিস্তানৰ মাজত যুদ্ধ বিৰতি হোৱাৰ পাছতে দুয়োখন দেশৰ মাজৰ উত্তেজনা কিছু পৰিমাণে হ্ৰাস পাইছে। ভাৰতে পাকিস্তানক হুংকাৰ দিছে যে যদিহে পাকিস্তানে যুদ্ধ বিৰতি উলংঘা কৰে তাৰ পৰিণাম ভয়ংকৰ হ’ব।  ইয়াৰ মাজতে পোহৰলৈ আহিছে বলীউড অভিনেত্ৰী ঐশ্বৰ্য ৰায় বচ্চনৰ নাম।

বলীউডৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী ঐশ্বৰ্য ৰায় বচ্চন। কেৱল অভিনয়ৰ বাবে নহয়, সৌন্দৰ্যৰ বাবেও অভিনেত্ৰীগৰাকীৰ দেশ-বিদেশত বহু সুনাম আছে। যাৰ বাবে সুন্দৰী অভিনেত্ৰীগৰাকীক সকলোৱে এবাৰ ওচৰৰ পৰা চাব বিচাৰে।  এটা সময়ত অভিনেত্ৰীগৰাকীয়ে টকাৰ বিনিময়ত ব্য়ক্তিগত অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল। এনে এক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ তেওঁ পাকিস্তানলৈ যোৱা বুলি দাবী উত্থাপন হৈছে।