Himanta Biswa Sarma: গোঁসাইগাঁৱত গৌৰৱ গগৈ SIT তদন্ত সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?
সাংসদ গৌৰৱ গগৈৰ কথিত পাকিস্তান লিংকৰ SIT প্ৰতিবেদন প্ৰসংগত পুনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কি কি ক'লে তেওঁ ?
গৌৰৱ গগৈৰ কথিত পাকিস্তান লিংকৰ SIT প্ৰতিবেদন প্ৰসংগত পুনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয়, “কেৱল গৌৰৱ গগৈৰ পত্নীকে SIT য়ে জেৰা কৰা নাই । মুঠ ৩৮ জন লোকক জেৰা কৰিছে SIT য়ে।” প্ৰতিবেদন প্ৰকাশ পোৱাৰ পাছতে লিষ্টত কাৰ কাৰ নাম আছে সকলোৱে জানিব বুলি কয় মুখ্যমন্ত্ৰীয়ে।
Latest Videos

কেটৰিনাৰ পূৰ্বে কোন অভিনেত্ৰীৰ সৈতে আছিল বিকিৰ প্ৰেমৰ সম্পৰ্ক?

দুদিন ধৰি টোপনিৰ পৰা সাৰ পোৱা নাই সঞ্জয় দত্ত...

গোঁসাইগাঁৱত গৌৰৱ গগৈ SIT তদন্ত সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে?

এয়া নাগৰিকৰ অধিকাৰ...দুমাহৰ ভিতৰত নিষ্কাশন কৰিব লাগিব জামিন আবেদন
