শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
কেনে আছে হেমা? স্বামীৰ মৃত্যুৰ পাছত কি অৱস্থা ড্ৰিম গাৰ্লৰ...

কেনে আছে হেমা? স্বামীৰ মৃত্যুৰ পাছত কি অৱস্থা ড্ৰিম গাৰ্লৰ…

Barasha Sarma
Barasha Sarma | Edited By: Barasha Misra | Updated On: 02 Dec 2025 20:56 PM

Hemamalini: স্বামীক হেৰুৱাই এতিয়া শোকত ভাগি পৰিছে হেমা মালিনী। ধৰ্মেন্দ্ৰৰ দ্বিতীয় পত্নী আছিল হেমা। কিন্তু তাৰ পাছতো হেমা আৰু ধৰেন্দ্ৰৰ মাজত যথেষ্ঠ প্ৰেম আছিল। এতিয়া সেই প্ৰেম হেৰুৱাই হেমা শোকস্তব্ধ হৈ পৰিছে।

কিছুদিন পূৰ্বে মৃত্যু হয় জনপ্ৰিয় অভিনেতা ধৰ্মেন্দ্ৰৰ। চুপাৰষ্টাৰগৰাকীৰ মৃত্যুক লৈ এতিয়ালৈকে দেউল পৰিয়ালে মুখ খোলা নাই। কিন্তু প্ৰিয় পুৰুষক হেৰুৱাই ভাগি পৰিছে ড্ৰিম গাৰ্ল হেমা মালিনী। ধৰ্মেন্দ্ৰ দ্বিতীয় পত্নী আছিল হেমা মালিনী। সমাজ, নীতি-নিয়ম সকলোকে পিছ কৰি প্ৰথম পত্নী থকাৰ পাছতো ধৰ্মেন্দ্ৰই হেমাক বিয়া পাতিছিল। বহু দিন চলিল তেওঁলোকৰ সংসাৰ। দুয়োৰে দুগৰাকী কন্যাও আছে। কিন্তু স্বামীক হেৰুৱাই এতিয়া হেমা ভাগি পৰিছে।

হেমাই কৈছে, ধৰ্মেন্দ্ৰই আছিল তেওঁৰ সকলো। কিন্তু ধৰ্মেন্দ্ৰক হেৰুৱাই তেওঁ এতিয়া ভাগি পৰিছে। সকলোফালে শূণ্যতা। যি শূণ্যতা কেতিয়াও পূৰ নহয় বুলি কয় হেমাই। শেহতীয়াকৈ হেমাক লগ কৰিবলৈ গৈছিল এজন পৰিচালক। তেওঁ সামাজিক মাধ্যমৰ জৰিয়তে জনাই কেনে আছে হেমা।

সবিশেষৰ বাবে চাওক ভিডিঅ’…