Garima Saikia Garg: জুবিনৰ এইখন অন্তিম ছবি, সকলোকে মৰমেৰে চাবলৈ আহ্বান পত্নী গৰিমাৰ
সংবাদ মাধ্যমৰ সন্মুখত গৰিমাই কয়, জুবিনৰ সপোনটো যে কঢ়িয়াই নিব পাৰিছোঁ সেয়া ডাঙৰ কথা। এইখন জুবিনৰ শেষৰ ছবি সকলোৱে মৰমেৰে চাওক। পৰ্দাত খোজ কঢ়া বা অভিনয় কৰা এয়া জুবিনৰ শেষ।
য’ত নাহৰ থাকিব তাতেই জুবিন থাকিব। জুবিন গাৰ্গৰ ইচ্ছা পূৰণ কৰি পত্নী গৰিমা গাৰ্গে সোণাপুৰৰ বৰখাট বাৰোৱাৰী দুৰ্গামন্দিৰৰ চৌহদত ৰোপন কৰিলে নাহৰৰ পুলি। স্বমীৰ ইচ্ছা অনুসৰি ৰাজ্যখন সেউজকৰণ কৰাৰ বাবে তেওঁৰ এই পদক্ষেপ বুলি জানিবলৈ দিয়ে গৰিমাই। গৰিমা শইকীয়া গাৰ্গৰ এই কাৰ্যসূচীত সংগ দিয়ে জুবিন ভগ্নী পামী বৰঠাকুৰে।
সংবাদ মাধ্যমৰ সন্মুখত গৰিমাই কয়, জুবিনৰ সপোনটো যে কঢ়িয়াই নিব পাৰিছোঁ সেয়া ডাঙৰ কথা। এইখন জুবিনৰ শেষৰ ছবি সকলোৱে মৰমেৰে চাওক। পৰ্দাত খোজ কঢ়া বা অভিনয় কৰা এয়া জুবিনৰ শেষ।
সবিশেষৰ বাবে চাওক এই ভিডিঅ’…
Latest Videos
