ধন সন্দৰ্ভত চাণক্যই দি গৈছে এনে বিধান, নামানিলেই হ’ব বিপদ
পণ্ডিত চাণক্যৰ পৰামৰ্শ মতে, কোনো লোকে যদি ভুল স্থানত ধন বিনিয়োগ কৰে বা খৰচ কৰে, তেতিয়া গোটেই জীৱনৰ বাবে তেওঁ অনুশোচনাত দগ্ধ হ’ব লগা হ’ব পাৰে। এই সন্দৰ্ভত আচাৰ্য চাণক্যই আৰু কি কি পৰামৰ্শ আগবঢ়াইছে, চাওঁ আহক।
নিজৰ জীৱনটো সুখ-সমৃদ্ধিময় কৰি তোলাৰ লগতে প্ৰয়োজনীয়তাসমূহ পূৰণৰ বাবে সকলো লোকেই ভিন্ন উপায়েৰে উপাৰ্জন কৰে। কিন্তু উপাৰ্জিত ধন কিদৰে খৰচ কৰিছে বা কিদৰে বিনিয়োগ কৰিছে, তাৰ ওপৰত আপোনাৰ জীৱন নিৰ্ধাৰণ কৰে। উপাৰ্জিত ধনৰ যদি আপুনি সঠিক স্থানত খৰচ নকৰে বা সঠিক স্থানত বিনিয়োগ নকৰে, তেতিয়া সমস্যাত পৰাৰ সম্ভাৱনা বৃদ্ধি পায়। প্ৰাচীন ভাৰতীয় দাৰ্শনিক পণ্ডিত আচাৰ্য চাণক্যই আজিৰ পৰা কেইবাশ বছৰৰ পূৰ্বে এই বিষয়ত মত আগবঢ়াই গৈছে।
নৈতিকতা আৰু অৰ্থনীতিৰ পণ্ডিত হিচাপে সাম্প্ৰতিক সময়তো আচাৰ্য চাণক্যই আগবঢ়াই যোৱা প্ৰাসঙ্গিকতা বহন কৰিছে। পণ্ডিত চাণক্যৰ পৰামৰ্শ মতে, কোনো লোকে যদি ভুল স্থানত ধন বিনিয়োগ কৰে বা খৰচ কৰে, তেতিয়া গোটেই জীৱনৰ বাবে তেওঁ অনুশোচনাত দগ্ধ হ’ব লগা হ’ব পাৰে। এই সন্দৰ্ভত আচাৰ্য চাণক্যই আৰু কি কি পৰামৰ্শ আগবঢ়াইছে, চাওঁ আহক।