শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
New Coin News: ভাৰতীয় মুদ্ৰাত থকা প্ৰতীকবোৰৰ অৰ্থ কি জানেনে?

New Coin News: ভাৰতীয় মুদ্ৰাত থকা প্ৰতীকবোৰৰ অৰ্থ কি জানেনে?

Manas Borah
Manas Borah | Published: 04 Aug 2025 09:53 AM

বৰ্তমান ভাৰতত Rs 1, Rs 2, Rs 5, Rs 10, আৰু Rs 20 ৰ মুদ্ৰা(Coin) প্ৰচলিত হৈ আছে। এই মুদ্ৰাবোৰৰ কিছুমানৰ সুকীয়া চিন থাকে, যেনে বিন্দু(dot), ষ্টাৰ(star) বা ডাইমণ্ড। এই চীনবোৰৰ প্ৰত্যেকৰে এটা সুকীয়া বিশেষত্ব আছে।

প্ৰতিবছৰে ভাৰতত কাগজৰ টকাৰ(currency) সমান্তৰালভাৱে মুদ্ৰা(Coin) প্ৰস্তুত কৰা হয়। বৰ্তমান ভাৰতত Rs 1, Rs 2, Rs 5, Rs 10, আৰু Rs 20 ৰ মুদ্ৰা(Coin) প্ৰচলিত হৈ আছে। এই মুদ্ৰাবোৰৰ কিছুমানৰ সুকীয়া চিন থাকে, যেনে বিন্দু(dot), ষ্টাৰ(star) বা ডাইমণ্ড। এই চীনবোৰৰ প্ৰত্যেকৰে এটা সুকীয়া বিশেষত্ব আছে।

বৰ্তমান প্ৰচলিত মুদ্ৰাসমূহ মুম্বাই, কলকাতা, হায়দৰাবাদ আৰু নয়ডাত অৱস্থিত মিন্ট প্ৰতিষ্ঠানত প্ৰস্তুত কৰা হয়। এই মুদ্ৰা প্ৰস্তুত কৰা প্ৰতিষ্ঠানসমূহক সাধাৰণতে ‘মিন্ট’ বুলি কোৱা হয়। মুদ্ৰাবোৰত থকা উপৰোক্ত চিনবোৰে প্ৰতিখন মিন্টক সূচায়।