শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
Most Alcohol Consume: ভাৰতৰ কোনখন ৰাজ্যই সৰ্বাধিক মদ্যপান কৰে? অসমৰ ৰেংকে আপোনাক আচৰিত কৰিব!

Most Alcohol Consume: ভাৰতৰ কোনখন ৰাজ্যই সৰ্বাধিক মদ্যপান কৰে? অসমৰ ৰেংকে আপোনাক আচৰিত কৰিব!

Manas Borah
Manas Borah | Updated On: 04 Aug 2025 22:57 PM

জানেনে দেশৰ কোন ৰাজ্যৰ লোকে অতি বেছি মদ্যপান কৰে? আপোনাৰ মনত এই প্ৰশ্নও উত্থাপন হৈছে যে, মদ্যপান কৰাৰ ক্ষেত্ৰত দেশৰ ভিতৰতে অসমৰ স্থান কিমান ?

বৰ্তমান সময়ত প্ৰায় সংখ্যক লোকে মদ্যপান কৰে। দেশৰ এক বৃহৎ অংশ এতিয়া সুৰা আসক্ত। কিন্তু আপুনি জানেনে দেশৰ কোন ৰাজ্যৰ লোকে অতি বেছি মদ্যপান কৰে? আপোনাৰ মনত এই প্ৰশ্নও উত্থাপন হৈছে যে, মদ্যপান কৰাৰ ক্ষেত্ৰত দেশৰ ভিতৰতে অসমৰ স্থান কিমান ? জানক আমাৰ ৰাজ্যৰ কিমান শতাংশ লোকে মদ্যপান কৰে ?

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ অধীনস্থ ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা অনুসৰি, দেশৰ ২২.৪ শতাংশ পুৰুষে মদ্যপান কৰে। ইফালে, ICRIER ৰ তথ্য অনুসৰি, দিল্লী বা মুম্বাই নহয়, মদ্যপান কৰাৰ ক্ষেত্ৰত দেশৰ ভিতৰতে প্ৰথম স্থানত আছে অৰুণাচল প্ৰদেশ। ৰাজ্যখনৰ ৫৬.৬ শতাংশ নাগৰিকে সুৰাপান কৰে।