শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
BSNL UPI Payment: কেতিয়াৰ পৰা আৰম্ভ হ’ব BSNLৰ নতুন যাত্ৰা?

BSNL UPI Payment: কেতিয়াৰ পৰা আৰম্ভ হ’ব BSNLৰ নতুন যাত্ৰা?

Barasha Misra
Barasha Misra | Edited By: Trishna Kalita | Updated On: 30 Aug 2025 22:23 PM

সংবাদমাধ্যম ইণ্ডিয়া ডট কমৰ এক প্ৰতিবেদন অনুসৰি PhonePe, Paytm, Google Pay আদি ব্যক্তিগত কোম্পানীৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’বলৈ বজাৰলৈ আহিছে চৰকাৰী ইউপিআই পেমেণ্ট এপ। অতি স্বাভাৱিকভাৱে BSNL এ লৈ আহিছে। ইয়াৰ বাবে BSNL Pay নামৰ এপ এটাও তৈয়াৰ কৰিব। ইয়াত থাকিব ইউপিআই পেমেণ্ট ব্যৱস্থা।

বৰ্তমান দেশৰ প্ৰায় ৯০ শতাংশ লোকে ইউ পি আই পেমেণ্ট ব্যৱহাৰ কৰে। দিনটোৰ ভিতৰত এজন ব্যক্তিয়ে প্ৰয়োজনীয় সকলো বস্তু ইউ পি আইৰ জৰিয়তে ক্ৰয় কৰে। পকেটৰ পৰা মোবাইলটো উলিয়াই স্কেন কৰক, আৰু কেই ছেকেণ্ডমানৰ ভিতৰতে ধন দিয়া হৈ যায়। নগদ ধনৰ প্ৰচলন প্ৰায় কমি গৈছে। কিন্তু ভাৰত চৰকাৰে এই ইউ পি আই পেমেণ্টৰ ওপৰত গুৰুত্ব আৰোপ নকৰাৰ বাবে এই খণ্ড সম্পূৰ্ণৰূপে ব্যক্তিগত কোম্পানীৰ হাতত। চৰকাৰী কোনো আঁচনি নাই। যিটো কেন্দ্ৰক চিন্তিত কৰি তুলিছে।