শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
Sonapur : বাংলাদেশৰ উপ-উচ্চায়ুক্ত প্ৰীতি ৰহমানৰ শ্ৰদ্ধাঞ্জলি জুবিন গাৰ্গলৈ

Sonapur : বাংলাদেশৰ উপ-উচ্চায়ুক্ত প্ৰীতি ৰহমানৰ শ্ৰদ্ধাঞ্জলি জুবিন গাৰ্গলৈ

Barasha Misra
Barasha Misra | Published: 30 Oct 2025 17:18 PM

শ্ৰদ্ধাঞ্জলি জনাই তেওঁ কয়, "বাংলাদেশতো জুবিন গাৰ্গৰ বহু অনুৰাগী আছে। তেওঁক হঠাৎ হেৰুৱাই বাংলাদেশৰ অনুৰাগীসকল শোকত ভাগি পৰিছে। জুবিন গাৰ্গ এগৰাকী বহুমুখী প্ৰতিভাসম্পন্ন শিল্পী আছিল।"

জুবিন ক্ষেত্ৰলৈ আহিছে বাংলাদেশ চৰকাৰৰ প্ৰতিনিধি । জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি বাংলাদেশৰ উপ-উচ্চ আয়ুক্ত প্ৰীতি ৰহমানৰ। জুবিন ক্ষেত্ৰলৈ গৈ জুবিন প্ৰাণৰ শিল্পীজমক শ্ৰদ্ধাঞ্জলি জনায় উপ-উচ্চায়ুক্ত প্ৰীতি ৰহমানে। জুবিন গাৰ্গৰ মৃত্যুত বাংলাদেশতো শোকৰ ছাঁ পৰাৰ কথা প্ৰকাশ কৰে। বাংলাদেশৰ জুবিন অনুৰাগীৰ হৈ জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনালে প্ৰীতি ৰহমানে।

শ্ৰদ্ধাঞ্জলি জনাই তেওঁ কয়, “বাংলাদেশতো জুবিন গাৰ্গৰ বহু অনুৰাগী আছে। তেওঁক হঠাৎ হেৰুৱাই বাংলাদেশৰ অনুৰাগীসকল শোকত ভাগি পৰিছে। জুবিন গাৰ্গ এগৰাকী বহুমুখী প্ৰতিভাসম্পন্ন শিল্পী আছিল।”

সবিশেষৰ বাবে চাওক এই ভিডিঅ’