শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
India-Pakistan Tension: বিশ্ববাসীক ভাৰতৰ অপাৰেশ্যন সেন্দূৰত যোগদানৰ আহ্বান বেলুচ আৰ্মিৰ

Trishna Kalita
Trishna Kalita | Published: 10 May 2025 20:36 PM

অৱশেষত আমেৰিকাই ভাৰত আৰু পাকিস্তানৰ মাজত মধ্যস্থতা কৰে। তাৰ পাছত যুদ্ধবিৰতিৰ বাবে সন্মত হয় পাকিস্তানে। ইফালে বৃহস্পতিবাৰে নিশা পাকিস্তানে ধাৰাবাহিকভাৱে ড্ৰ’ন আক্ৰমণ চলোৱাৰ সময়তে এই বেলুচ বিদ্ৰোহীসকলে নিজৰ স্বাধীনতাৰ দাবী কৰিবলৈ আৰম্ভ কৰে। তাৰ পাছকতে বিশ্ববাসীলৈ এখন মুকলি চিঠি লিখিছে তেওঁলোকে।