কাৰাবন্দী বিকাশ অসমৰ ঘৰত অখিল গগৈ
উল্লেখ্য যে, ধনদাবী-অপহৰণৰ গোচৰত অভিযুক্ত হিচাপে গ্ৰেপ্তাৰ কৰিছিল বিকাশ অসমক। প্ৰথমে কিছুদিন ধৰি পলাতক অৱস্থাত আছিল বিকাশ অসম অজ্ঞাত স্থানত আত্মগোপন কৰি আছিল বিকাশ অসম।
মাঘ বিহুৰ উৰুকাৰ দিনাই কাৰাবন্দী নেতা বিকাশ অসমৰ ঘৰত উপস্থিত অখিল গগৈ। বাসগৃহত উপস্থিত হৈ সাক্ষাৎ কৰে বিকাশ অসমৰ পিতৃ-মাতৃ তথা পৰিয়ালবৰ্গক। তাৰ পিছত বিকাশ অসমৰ পিতৃ-মাতৃৰ চৰণ স্পৰ্শ কৰিলে শিৱসাগৰৰ বিধায়কগৰাকীয়ে। শীঘ্ৰে বিকাশ অসম, ৰণ্টু পানীফুকন আৰু তেওঁলোকৰ সতীৰ্থসকলক মুক্তি দাবী বিধায়ক অখিল গগৈৰ।
উল্লেখ্য যে, ধনদাবী-অপহৰণৰ গোচৰত অভিযুক্ত হিচাপে গ্ৰেপ্তাৰ কৰিছিল বিকাশ অসমক। প্ৰথমে কিছুদিন ধৰি পলাতক অৱস্থাত আছিল বিকাশ অসম অজ্ঞাত স্থানত আত্মগোপন কৰি আছিল বিকাশ অসম।
