<!--StartFragment --><span class="cf0">প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ প্ৰথমগৰাকী সাংসদ কবীন্দ্ৰ পুৰকায়স্থৰ বিয়োগ। তেওঁৰ বিয়োগত আজি শোকসভা লগতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয় বাজপেয়ী ভৱনত।</span><!--EndFragment -->