শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
চৰ, অপমান আৰু ছলমানৰ এই ভুলৰ বাবে ছবি এৰিবলৈ বাধ্য হৈছিল ঐশ্বৰ্য...

চৰ, অপমান আৰু ছলমানৰ এই ভুলৰ বাবে ছবি এৰিবলৈ বাধ্য হৈছিল ঐশ্বৰ্য…

trishna-kalita
Trishna Kalita | Published: 22 Sep 2025 22:19 PM

ঐশ্বৰ্য ৰায় বচ্চনে ছলমান খানক এৰি যোৱাৰ সিদ্ধান্ত লয়। তেওঁ স্পষ্টকৈ কৈছিল যে, এই সম্পৰ্কত থকাটো তেওঁৰ বাবে সম্ভৱ নহয়। কিন্তু কিয় এনেকুৱা হ’ল?

বলীউডত প্ৰায় চৰ্চাত থকা ৯০ দশকৰ এটা যুটী হৈছে ঐশ্বৰ্য ৰায় বচ্চন আৰু ছলমান খান। সঞ্জয় লীলা ভাঞ্চালীৰ পৰিচালনাত নিৰ্মিত ‘হম দিল দে চুকে চনম’ ছবিখনত ছলমান খান আৰু ঐশ্বৰ্যই যিদৰে প্ৰতিটো খোজতে নিজৰ বাস্তৱ জীৱনৰ প্ৰেমক প্ৰমাণ কৰিলে, তাক কোনেও অস্বীকাৰ কৰিব নোৱাৰে। ছবিখনৰ জৰিয়তে ৰীল লাইভত প্ৰকৃত প্ৰেমে স্থান লাভ কৰিছিল। তেতিয়াৰ পৰা এই যুটীটোৰ প্ৰেম কাহিনী সকলোৰে মুখে মুখে চৰ্চিত হৈছিল। কিন্তু মাত্ৰ দুবছৰৰ পিছতে তেওঁৰ ৰোমাঞ্চ ছিন্নভিন্ন হৈ পৰিল।