শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
স্তনৰ আকাৰ হ্ৰাস কৰিলে অভিনেত্ৰী ছাৰ্লিনে! ক'লে এইদৰে...

স্তনৰ আকাৰ হ্ৰাস কৰিলে অভিনেত্ৰী ছাৰ্লিনে! ক’লে এইদৰে…

trishna-kalita
Trishna Kalita | Published: 17 Nov 2025 19:35 PM

সামাজিক মাধ্যমত এটা ভিডিঅ’ শ্বেয়াৰ কৰি কয় যে, শাৰীৰিক অসুস্থতাৰ বাবে তেওঁ স্তন ইমপ্লাণ্ট আঁতৰোৱাৰ সিদ্ধান্ত লৈছে।  চিকিৎসকৰ পৰামৰ্শমতে সম্পন্ন হৈছে অভিনেত্ৰীগৰাকীৰ অস্ত্ৰোপচাৰ। অস্ত্ৰোপচাৰৰ পূৰ্বে ছাৰ্লিনে কৈছিল, “যোৱা কেইমাহমানৰ পৰা মই পিঠি, ডিঙি, কান্ধ আৰু বুকুৰ তীব্ৰ বিষত ভুগি আহিছো।

এইগৰাকী বলীউডৰ নায়িকাই শেহতীয়াকৈ এটা সমস্যাৰ বাবে কমাইছিল স্তনৰ আকাৰ । চিনেমাত অভিনয়ৰ বাবেই ছিলিকনৰ সহায়ত তেওঁৰ স্তনৰ আকাৰ বৃদ্ধি কৰিছিল। আৰু এতিয়া জীৱনশৈলী সঠিৰ আৰু স্বাভাৱিক কৰি ৰাখিবলৈ ছাৰ্লিনে পুৰণি অৱতাৰলৈ ঘূৰি আহিছে। ছাৰ্লিন নিজৰ পুৰণি ৰূপলৈ ঘূৰি অহাৰ পিছত ছ’চিয়েল মিডিয়াত নিজৰ নতুন উপলব্ধিৰ বিষয়ে মুকলিকৈ জনাইছিল।