শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
আপুনি জানেনে EPFৰ এই নিয়ম? নাজানিলেই সহিব কৰৰ বোজা

আপুনি জানেনে EPFৰ এই নিয়ম? নাজানিলেই সহিব কৰৰ বোজা

monjit-dutta
Monjit Dutta | Published: 17 Nov 2025 21:19 PM

এমপ্লয়ীজ প্ৰভিডেণ্ট ফাণ্ড, চমুকৈ EPFক হয়তো সম্পূৰ্ণ কৰমুক্ত বুলি ভাবে আপুনি। এক কথাত EPFক নিশ্চিত কৰমুক্ত ভৱিষ্যত হিচাপে সকলোৱে ধাৰণা কৰে। কিন্তু আপুনি ভবাৰ দৰে EPF সম্পূৰ্ণ কৰমুক্ত নহয়। এই নিয়মৰ বিষয়ে নাজানিলে আপুনি হয়তো সঞ্চয়ৰ এক বৃহৎ অংশ হেৰুৱাব পাৰে।

এমপ্লয়ীজ প্ৰভিডেণ্ট ফাণ্ড, চমুকৈ EPFক হয়তো সম্পূৰ্ণ কৰমুক্ত বুলি ভাবে আপুনি। এক কথাত EPFক নিশ্চিত কৰমুক্ত ভৱিষ্যত হিচাপে সকলোৱে ধাৰণা কৰে। কিন্তু আপুনি ভবাৰ দৰে EPF সম্পূৰ্ণ কৰমুক্ত নহয়। এই নিয়মৰ বিষয়ে নাজানিলে আপুনি হয়তো সঞ্চয়ৰ এক বৃহৎ অংশ হেৰুৱাব পাৰে। স্বাভাৱিকতেই কৰ্মচাৰীৰ ভৱিষ্যতৰ সুৰক্ষাৰ বাবে PF অত্যন্ত গুৰুত্বপূৰ্ণ। গতিকে EPFৰ কিছুমান নিয়মৰ বিষয়ে জানি লোৱাটো অত্যন্ত প্ৰয়োজনীয়।

এই নিয়ম অনুসৰি যদি আপুনি কৰ্মক্ষেত্ৰত ৫ বছৰ সম্পূৰ্ণ হোৱাৰ পূৰ্বেই PFৰ ধন উলিওৱাৰ পৰিকল্পনা কৰে, তেতিয়া আপোনাৰ সঞ্চয়ৰ ধন উলিওৱাৰ সময়ত কৰ পৰিশোধ কৰিবলগা হয়। এই বিষয়ে জানিবলৈ চাওক ভিডিঅ’।