শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
Utpal Sarma: জুবিন গাৰ্গৰ সমাধিস্থল সৰ্বোত্তম হোৱাৰ দাবী উৎপল শৰ্মাৰ...

Utpal Sarma: জুবিন গাৰ্গৰ সমাধিস্থল সৰ্বোত্তম হোৱাৰ দাবী উৎপল শৰ্মাৰ…

barasha-sarma
Barasha Sarma | Published: 22 Sep 2025 13:33 PM

Zubeen garg: শ্ৰদ্ধাৰ শিল্পী জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰ সৰ্বোত্তম হোৱা বিচাৰে সদৌ অসম ছাত্ৰ সন্থাই। এই বিষয়টোত মন্তব্য কৰি কয় যে, জুবিনৰ সমাধি সৰ্বোত্তম হোৱা উচিত। যাতে তেওঁৰ পৰিধিক উপলব্ধি কৰিব পৰা যায়।

জুবিন গাৰ্গৰ সমাধিস্থল সৰ্বোত্তম হোৱাৰ দাবী উৎপল শৰ্মাৰ। সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰদান কৰি তেওঁ কয় যে, সমাধিক্ষেত্ৰ সৰ্বোত্তম হ’ব লাগে, যাতে তেওঁৰ পৰিধি অনুভৱ কৰিব পৰা যায়। ইয়াৰোপৰি অন্ত্যোষ্টিক্ৰিয়াৰ স্থান নিৰ্ধাৰণ সন্দৰ্ভত কয় যে, আছুই এই ক্ষেত্ৰত সদায় পৰিয়ালক প্ৰাধান্য দিব লাগে বুলি কৈ আহিছে।

উল্লেখ্য যে, ২৩ আগষ্টত সোণাপুৰৰ কমাৰকুছিত হ’ব জুবিন গাৰ্গৰ অন্ত্য়োষ্টিক্ৰিয়া। বৰ্তমান সৰুসজাইত ৰখা হৈছে জুবিনৰ নশ্বৰ দেহ। য’ত লাখ লাখ অনুৰাগীয়ে জুবিনক শেষ শ্ৰদ্ধা জনাইছে। কাইলৈ পুৱা ৮ বজাত হ’ব জুবিনৰ শেষ যাত্ৰা। ইতিমধ্যে সেই স্থানখিনি কাইলৈৰ পৰা প্ৰস্তুত কৰি তোলা হৈছে।