অলিম্পিকত সৰ্বাধিক সোণৰ পদক লাভ কৰা দেশ, জানক সবিশেষ | The country with the highest number of gold medals at the Olympics Assam news - Assam Tv9

অলিম্পিকত সৰ্বাধিক সোণৰ পদক লাভ কৰা দেশ, জানক সবিশেষ

Updated On: 

22 Jul 2024 23:45 PM

২৬ জুলাইৰ পৰা আৰম্ভ হ’ব পেৰিছ অলিম্পিক। ক্ৰীড়াৰ এই মহাৰণৰ আগতে জানি লওক কোনখন দেশে সৰ্বাধিক অলিম্পিক পদক লাভ কৰিছে। আশ্চৰ্যজনক কথাটো হ’ল মাত্ৰ ৭ কোটি জনসংখ্যাৰ এখন দেশ এই তালিকাত তৃতীয় স্থানত আছে।

1 / 5পেৰিছ অলিম্পিক আৰম্ভ হ’ব। আকৌ এবাৰ বিশ্বৰ দেশসমূহে ক্ৰীড়াৰ এই মহাৰণত সোণৰ পদক লাভ কৰাৰ চেষ্টা কৰিব। অলিম্পিকৰ ইতিহাসত কোনখন দেশে সৰ্বাধিক সোণ আৰু পদক লাভ কৰিছে?

পেৰিছ অলিম্পিক আৰম্ভ হ’ব। আকৌ এবাৰ বিশ্বৰ দেশসমূহে ক্ৰীড়াৰ এই মহাৰণত সোণৰ পদক লাভ কৰাৰ চেষ্টা কৰিব। অলিম্পিকৰ ইতিহাসত কোনখন দেশে সৰ্বাধিক সোণ আৰু পদক লাভ কৰিছে?

2 / 5

অলিম্পিক গেমছত সৰ্বাধিক ১০৬৫টা সোণৰ পদক লাভ কৰাৰ অভিলেখ আমেৰিকাৰ হাতত আছে। অলিম্পিক গেমছত ১০০০ৰো অধিক সোণৰ পদক লাভ কৰা একমাত্ৰ দেশ আমেৰিকা। কেৱল এয়াই নহয়, আমেৰিকাৰ নামত ৮৩৫টা ৰূপ আৰু ৭৩৮টা ব্ৰঞ্জৰ পদকও আছে।

3 / 5

ছোভিয়েট ইউনিয়নে ৩৯৫টা সোণৰ পদক লাভ কৰি দ্বিতীয় স্থানত আছে।

4 / 5

তৃতীয় স্থানত আছে ২৮৫ সোণৰ সৈতে গ্ৰেট ব্রিটেইন৷ এই দেশৰ জনসংখ্যা প্ৰায় ৭ কোটি কিন্তু এই দেশে ৯১৮ টা অলিম্পিক পদক লাভ কৰিছে।

5 / 5

সৰ্বাধিক স্বৰ্ণ জয়ৰ ক্ষেত্ৰত চতুৰ্থ স্থানত চীন আৰু পঞ্চম স্থানত আছে ফ্ৰান্স। চীনে ২৬২টা স্বৰ্ণ পদক আৰু ফ্ৰান্সে ২২৩টা স্বৰ্ণ পদক লাভ কৰিছে।

দেহৰ অতি উপকাৰী ডালিম, পিছে ডায়েবেটিছ ৰোগীৰ বাবে ই হ’ব পাৰে নেকি চিন্তাৰ কাৰণ!
ময়ূৰৰ পাখি ঘৰত ৰাখিলে কি কি সুফল পোৱা যায়? জানক সবিশেষ
পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey
এয়াৰ ষ্ট্ৰাইক কেৱল নিশাহে কিয় কৰা হয়? ইয়াৰ ৫ টা সুবিধা জানক | Why Air Strike happens in the night mostly India Pakistan Tension