Hardik pandya divorce: মাত্ৰ ৪ বছৰতে বিবাহ বিচ্ছেদ হাৰ্দিক পাণ্ডিয়া আৰু নাতাশাৰ ষ্টেনকভিচৰ | Hardik Pandya and Natasha's Stankovich divorced at just 4 years Assam news - Assam Tv9

Hardik pandya divorce: মাত্ৰ ৪ বছৰতে বিবাহ বিচ্ছেদ হাৰ্দিক পাণ্ডিয়া আৰু নাতাশাৰ ষ্টানকভিচৰ

Published: 

18 Jul 2024 23:21 PM

টিম ইণ্ডিয়াৰ অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া আৰু অভিনেত্ৰী নাতাশা ষ্টানকভিচৰ বিবাহ বিচ্ছেদ। ছ'চিয়েল মিডিয়াত এই খবৰটো ঘোষণা কৰিলে হাৰ্দিক পাণ্ডিয়াই।

1 / 5হাৰ্দিক পাণ্ডিয়াই অনুৰাগীক অৱগত কৰে যে তেওঁ ৪ বছৰীয়া বিবাহৰ অন্ত পেলাইছে। হাৰ্দিক আৰু নাটাশাই একেলগে সিদ্ধান্ত লৈছে যে এতিয়াই তেওঁলোক পৃথক হ’ব।

হাৰ্দিক পাণ্ডিয়াই অনুৰাগীক অৱগত কৰে যে তেওঁ ৪ বছৰীয়া বিবাহৰ অন্ত পেলাইছে। হাৰ্দিক আৰু নাটাশাই একেলগে সিদ্ধান্ত লৈছে যে এতিয়াই তেওঁলোক পৃথক হ’ব।

2 / 5

হাৰ্দিকে কয় যে, দুয়োজনে নিজৰ সম্পৰ্কক বচাবলৈ বহুত চেষ্টা কৰিছিল যদিও শেষত দুয়োজনে ইজনে সিজনৰ ভালৰ বাবে এই সিদ্ধান্ত লৈছিল।

3 / 5

হাৰ্দিকে ক’লে যে বিবাহ বিচ্ছেদৰ সিদ্ধান্তটো অতি কঠিন কাৰণ তেওঁলোকে একেলগে সুখৰ ভাগ লয়, ভাল বেয়া সময়ত ইজনে সিজনক সহায় কৰে, পৰিয়াল এটাৰ দৰে জীয়াই থাকে।

4 / 5

২০২০ চনৰ মে’ মাহত হাৰ্দিক পাণ্ডিয়া আৰু নাটাশা ষ্টানকভিচৰ বিবাহ হৈছিল। লকডাউনৰ সময়ত দুয়োৰে আদালতৰ বিবাহ হৈছিল। ২০২০ চনৰ জুলাই মাহত দুয়োৰে অগস্ত্য নামৰ এটি পুত্ৰ জন্ম হয়।

5 / 5

তাই মোক বিশ্বাস নকৰে!

নিশা আহাৰ গ্ৰহণৰ পিছত কৰক এই ৪টা বিশেষ কাম, আপোনাৰ ওজন হ্ৰাসৰ চেষ্টা হ’ব সফল
গুপ্তাংগৰ সংক্ৰমণ হ'লে কি কি সমস্যাই দেখা দিয়ে? জানক কেনেকৈ দূৰ কৰিব এই সমস্যা
ছাল সতেজ আৰু উজ্জ্বল কৰে জলফাই, আপুনি জানেনে জলফাইৰ উপকাৰিতাৰ বিষয়ে?
খোৱাৰ পিছত পেটৰ সমস্যা? এই ঘৰুৱা উপায়ৰে তৎক্ষণাত উপশম পাব
বৰদিন উদযাপন মন্ত্ৰী অতুল বৰাৰ
ন্যায় বিচাৰি জুবিন ক্ষেত্ৰলৈ দৌৰ...
বৈভৱ সূৰ্যবংশীলৈ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ...
পশ্চিম কাৰ্বি আংলঙত সেনা-আৰক্ষীৰ ফ্লেগ মাৰ্চ...