অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰৰ পত্নীয়ে অলিম্পিকত ২টা সোণৰ পদক লাভ কৰিছে, জানক সবিশেষ | Australian cricketer's wife wins 2 gold medals at Olympics Assam news - Assam Tv9

অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰৰ পত্নীয়ে অলিম্পিকত ২টা সোণৰ পদক লাভ কৰিছে, জানক সবিশেষ

Published: 

23 Jul 2024 | 07:22 PM

অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰ মেথিউ শ্বৰ্টৰ পত্নী মেডিচন উইলছন এগৰাকী পেছাদাৰী সাঁতোৰবিদ। ইয়াৰ উপৰিও দুবাৰকৈ অলিম্পিকৰ স্বৰ্ণ জয় কৰিছে। টকিঅ’ অলিম্পিকত সোণৰ পদক লাভ কৰিছিল যদিও এইবাৰ পেৰিছ অলিম্পিকত অংশগ্ৰহণ কৰা নাই, যাৰ কাৰণ অতি বিশেষ।

1 / 5অষ্ট্ৰেলিয়াৰ অল ৰাউণ্ডাৰ মেথিউ শ্বৰ্ট এজন জনপ্ৰিয় টি-২০ ক্ৰিকেটাৰ। যোৱা ছিজনত তেওঁ পঞ্জাৱ কিংছৰ হৈ আই পি এলতো খেলিছিল। ভাৰতৰ বিৰুদ্ধে এদিনীয়া শৃংখলা আৰু টি-২০ শৃংখলাতো অংশ লৈছিল। তেওঁৰ পত্নীয়ে দুবাৰকৈ অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী।

অষ্ট্ৰেলিয়াৰ অল ৰাউণ্ডাৰ মেথিউ শ্বৰ্ট এজন জনপ্ৰিয় টি-২০ ক্ৰিকেটাৰ। যোৱা ছিজনত তেওঁ পঞ্জাৱ কিংছৰ হৈ আই পি এলতো খেলিছিল। ভাৰতৰ বিৰুদ্ধে এদিনীয়া শৃংখলা আৰু টি-২০ শৃংখলাতো অংশ লৈছিল। তেওঁৰ পত্নীয়ে দুবাৰকৈ অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী।

2 / 5

মেথিউ শ্বৰ্টৰ পত্নীৰ নাম মেডিচন উইলছন। অষ্ট্ৰেলিয়াৰ এগৰাকী পেছাদাৰী সাঁতোৰবিদ। উইলছনে দুবাৰকৈ অলিম্পিকৰ স্বৰ্ণ জয় কৰিছে। যাৰ বাবে বহু চৰ্চাও লাভ কৰিছে।

3 / 5

মেডিচন উইলছনে টকিঅ’ অলিম্পিকৰ দলীয় ইভেণ্টতো স্বৰ্ণ পদক লাভ কৰে।

4 / 5

কিন্তু এইবাৰ পেৰিছ অলিম্পিকত অংশ লোৱা নাই মেডিচনে।

5 / 5

পেৰিছ অলিম্পিকত মেডিচনে খেলিব নোৱাৰাৰ কাৰণটো অতি বিশেষ। মেডিচিনে মাতৃ হ'বলৈ ওলাইছে, যাৰ বাবে খেলত অংশ ল'ব নোৱাৰিলে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...