31 May 2024 | 11:18 AM
পুনৰ ভাৰতীয় মহিলা ক্ৰিকেট দলত অসমৰ উমা ছেত্ৰী। দলটোৰ টেষ্ট, এদিনীয়া, T20 সংস্কৰণৰ বাবে নিৰ্বাচিত উমা ৷
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে হ’বলগা শৃংখলাৰ বাবে নিৰ্বাচিত উমা।
শৃংখলাৰ তিনিওটা ফৰ্মেটৰ বাবে ভাৰতীয় দলত নিৰ্বাচিত উমা ছেত্ৰী।
১৬জুনৰ পৰা অনুষ্ঠিত হ'ব ভাৰতৰ শৃংখলা। পূৰ্বেও ভাৰতীয় দলত স্থান লাভ কৰিছিলে উমাই। এছিয়ান গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল অসম কন্যা উমা ছেত্ৰীয়ে।
বৰ্তমান মুম্বাইত মূল দলটোৰ সৈতে যোগদান বোকাখাতৰ জীয়ৰী উমাৰ৷ উমা ছেত্ৰীৰ ব্যক্তিগত প্ৰশিক্ষক মেহবুব আলমে জনালে এই কথা।