Guru Purnima 2025: গুৰু পূৰ্ণিমাৰ দিনা পালন কৰক এই নিয়ম, প্ৰগতিৰ পথ মুকলি হ’ব!

২০২৫ বৰ্ষৰ ১০ জুলাই বৃহস্পতিবাৰে গুৰু পূৰ্ণিমা। জ্যোতিষ শাস্ত্ৰৰ মতে, এইবাৰ গুৰু পূৰ্ণিমাৰ দিনটোত বহুতো বিৰল সংযোগ সংঘটিত হ'ব, যাৰ বাবে এই পূৰ্ণিমাৰ গুৰুত্ব আৰু অধিক বৃদ্ধি পাইছে।

Guru Purnima 2025: গুৰু পূৰ্ণিমাৰ দিনা পালন কৰক এই নিয়ম, প্ৰগতিৰ পথ মুকলি হ’ব!

গুৰু পূৰ্ণিমাৰ দিনা পালন কৰক এই নিয়ম

Published: 

09 Jul 2025 | 06:00 PM

গুৰু পূৰ্ণিমা গুৰুলৈ সন্মান আৰু কৃতজ্ঞতা জ্ঞাপন কৰা ধৰ্মীয় উৎসৱ। হিন্দু কেলেণ্ডাৰমতে ‘আহাৰ’ মাহৰ পূৰ্ণিমা তিথিত ঋষি বেদব্যাসৰ আৱিৰ্ভাৱ তিথিত এই উৎসৱ পালন কৰা হয়। এই উৎসৱ ধৰ্মীয় আৰু শিক্ষা গুৰু সকললৈ সমৰ্পিত। ভাৰতীয় সংস্কৃতিৰ মতে গুৰুসকলে কৰ্ম যোগৰ আধাৰত জ্ঞানদানত ব্ৰতী থাকে। ২০২৫ বৰ্ষৰ ১০ জুলাই বৃহস্পতিবাৰে গুৰু পূৰ্ণিমা। জ্যোতিষ শাস্ত্ৰৰ মতে, এইবাৰ গুৰু পূৰ্ণিমাৰ দিনটোত বহুতো বিৰল সংযোগ সংঘটিত হ’ব, যাৰ বাবে এই পূৰ্ণিমাৰ গুৰুত্ব আৰু অধিক বৃদ্ধি পাইছে।

এইবোৰ কথাত গুৰুত্ব দিয়ক

  • গুৰু পূৰ্ণিমাৰ দিনা যিসকলে গুৰু আৰু ভগৱান বিষ্ণুক ৰীতি-নীতি অনুসৰি পূজা কৰে, তেওঁলোকে মোক্ষ লাভ কৰে আৰু কেৰিয়াৰ উন্নতিৰ পথো মুকলি হয়।
  • শিক্ষাৰ্থী সকলৰ পঢ়া শুনা বা চাকৰিৰ ক্ষেত্ৰত সমস্যাই দেখা দি আছে তেন্তে গুৰু পূৰ্ণিমাত গুৰুৰ ওচৰত গৈ গুৰুৰ চৰণ চু‌ই আশীৰ্বাদ ল’ব।
  • গুৰু পূৰ্ণিমাৰ দিনা গীতা পাঠ কৰাৰ পিছত কিছু সময় গুৰু মন্ত্ৰ পৰিবেশন কৰক। ইয়াৰ দ্বাৰা কেৰিয়াৰত সুবিধা পোৱা যায়।
  • গুৰু পূৰ্ণিমাৰ দিনা দুখীয়াক হালধীয়া শস্য, হালধীয়া কাপোৰ আৰু হালধীয়া ৰঙৰ মিঠাই দান কৰিব লাগে। ইয়াৰ ফলত ৰাশিফলত বৃহস্পতি গ্ৰহ শক্তিশালী হয়।
  • ফল-ফুল, কুমকুম, হালধী ইত্যাদি পূজাৰ সামগ্ৰীৰে ব্যাস জীক পূজা কৰক। আজিৰ দিনটোত গুৰু দীক্ষা লোৱাৰো পৰম্পৰা আছে।
  • গুৰুজনাক তিলক লগাই ফুলৰ মালা পিন্ধোৱা হয়। কাপোৰ, ফল-মূল, ফুল আৰু বিভিন্ন উপহাৰ দিয়া হয়।
ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...