আজি বিশ্ব ধঁপাত বিৰোধী দিৱসঃ এই সমূহ দ্ৰৱ্যৰ ব্যৱহাৰেৰে ত্যাগ কৰক ধূমপানৰ অভ্যাস Assam news - Assam Tv9

আজি বিশ্ব ধঁপাত বিৰোধী দিৱসঃ এই সমূহ দ্ৰৱ্যৰ ব্যৱহাৰেৰে ত্যাগ কৰক ধূমপানৰ অভ্যাস

Published: 

31 May 2024 19:51 PM

আজি বিশ্ব ধঁপাত বিৰোধী দিৱস। ধঁপাতৰ ক্ষতিকাৰক প্ৰভাৱৰ বিষয়ে সজাগতা বিয়পোৱাৰ উদ্দেশ্যে প্ৰতি বছৰে ৩১ মে’ দিনটোত পালন কৰা হয় বিশ্ব ধঁপাত বিৰোধী দিৱস। ব্যক্তিৰ স্বাস্থ্যৰ বাবে ধঁপাত কেনে ক্ষতিকাৰক সেয়া সকলোৰে জ্ঞাত। ইয়াৰ পিছতো ধঁপাতৰ প্ৰচলন উদ্বেগজনক হাৰত বৃদ্ধি পাইছে। বিশেষকৈ ধূমপানৰ প্ৰচলন যুৱচামৰ মাজত যথেষ্ট বৃদ্ধি পাইছে। এই গুৰুত্বপূৰ্ণ দিনটোত ধূমপানৰ ক্ষতিৰ কথা অনুভৱ কৰি যদি আপুনিও এই বদ অভ্যাস পৰিত্যাগৰ কথা ভাবিছে, তেন্তে এই উপায়সমূহৰ দ্বাৰা আপুনি কিছু পৰিমাণে উপকৃত হ’ব।

1 / 5আপুনি জানিলে আচৰিত হ’ব যে প্ৰচুৰ পৰিমাণে পানী খোৱাটো হৈছে ধূমপান ত্যাগ কৰাৰ ক্ষেত্ৰত অন্যতম ফলপ্ৰসূ প্ৰতিকাৰ। ইয়াৰ বাবে দৈনিক অন্ততঃ ৮-১০ গিলাচ পানী খাব লাগে।

আপুনি জানিলে আচৰিত হ’ব যে প্ৰচুৰ পৰিমাণে পানী খোৱাটো হৈছে ধূমপান ত্যাগ কৰাৰ ক্ষেত্ৰত অন্যতম ফলপ্ৰসূ প্ৰতিকাৰ। ইয়াৰ বাবে দৈনিক অন্ততঃ ৮-১০ গিলাচ পানী খাব লাগে।

2 / 5

আঙুৰৰ ৰসে নিক’টিনৰ নিচা আঁতৰ কৰাত সহায় কৰে। গতিকে ধূমপানৰ অভ্যাস আঁতৰ কৰাত ধূমপান ফলপ্ৰসূ সমাধান হ’ব পাৰে।

3 / 5

ধূমপান এৰিবলৈ আপুনি আদা খাব পাৰে। আদাই পেটৰ সমস্যাও দূৰ কৰে।

4 / 5

ঔষধ হিচাপে বিভিন্ন দিশত মৌৰ ব্যৱহাৰ কৰা দেখা যায়। ধূমপান বন্ধ কৰাৰ ক্ষেত্ৰতো মৌ হৈছে এক উৎকৃষ্ট প্ৰতিকাৰ।

5 / 5

অ’টছে ধূমপানৰ ইচ্ছা কম কৰে। দুকাপ পানীত এচামুচ অ’টছ ৰাতিটো তিয়াই ৰাখিব আৰু পুৱা গৰম কৰি খাব। ইয়াৰ দ্বাৰা আপুনি যথেষ্ট উপকৃত হ’ব।

দেহৰ অতি উপকাৰী ডালিম, পিছে ডায়েবেটিছ ৰোগীৰ বাবে ই হ’ব পাৰে নেকি চিন্তাৰ কাৰণ!
ময়ূৰৰ পাখি ঘৰত ৰাখিলে কি কি সুফল পোৱা যায়? জানক সবিশেষ
পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey
এয়াৰ ষ্ট্ৰাইক কেৱল নিশাহে কিয় কৰা হয়? ইয়াৰ ৫ টা সুবিধা জানক | Why Air Strike happens in the night mostly India Pakistan Tension