ডালিমৰ জুচ খালে তেজত চেনিৰ মাত্ৰা বৃদ্ধি পায় নেকি?

09 May 2025

TV9 ASSAM

ডালিমৰ ৰসত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট থাকে, ই শৰীৰত অক্সিডেটিভ চাপ কমায় আৰু ডায়েবেটিছ সম্পৰ্কীয় ক্ষতি হ্ৰাস কৰে।

ডালিমৰ জুচ

ডালিমৰ গ্লাইচেমিক সূচকাংক (GI) ৫৩, এই হাৰ কম বুলি ধৰা হয়, অৰ্থাৎ ই তেজত চেনিৰ মাত্ৰা লাহে লাহে বৃদ্ধি কৰে।

গ্লাইচেমিক সূচকাংক

ডালিমত এণ্টিঅক্সিডেণ্ট যথেষ্ট পৰিমাণে থাকে, যি ডায়েবেটিছৰ দৰে ৰোগৰ ফলত হোৱা ক্ষতিৰ বিৰুদ্ধে যুঁজ দিয়ে।

এণ্টিঅক্সিডেণ্ট

ডালিমে ইনচুলিনৰ সংবেদনশীলতা বৃদ্ধি কৰে। এই ইনচুলিন সংবেদনশীলতা ডায়েবেটিছ ৰোগীৰ বাবে অত্যন্ত উপকাৰী।

ইনচুলিন সংবেদনশীলতা

ডালিম হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবেও অত্যন্ত উপকাৰী। হৃদৰোগ ডায়েবেটিছ ৰোগৰ অন্যতম এক গুৰুত্বপূৰ্ণ কাৰক।

হৃদযন্ত্ৰৰ স্বাস্থ্য

ডালিমৰ ৰসে তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰে।

শৰ্কৰাৰ মাত্ৰা

ডালিম বা আন কোনো খাদ্য সামগ্ৰিক লৈ শংকা থাকিলে ডায়েবেটিছ ৰোগীসকলে খাদ্য তালিকাত চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।

চিকিৎসকৰ পৰামৰ্শ

পঢ়িবলৈ ক্লিক কৰক 

আম কি কি ভিটামিন পোৱা যায়, জানেনে?