এখন মুছলিম প্ৰধান দেশ, য’ত হিজাবৰ ওপৰত আছে বিশেষ নিষেধাজ্ঞা! – Assamese News: Latest News in Assamese Online, Assamese Breaking and Live Updates, Assamese News Today

এখন মুছলিম প্ৰধান দেশ, য’ত হিজাবৰ ওপৰত আছে বিশেষ নিষেধাজ্ঞা!

Published: 

22 May 2024 | 09:11 PM

হিজাবক লৈ ভাৰতত প্ৰায়ে বিতৰ্ক হোৱা দেখা যায়। কিন্তু বিশ্বত এনে কিছুমান মুছলিম দেশ আছে য'ত হিজাব, নকাবৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে। বহু সময়ত ইয়াক লৈ প্ৰতিবাদ হোৱাও দেখা যায়।

1 / 5হিজাবক লৈ ভাৰতত প্ৰায়ে বিতৰ্ক হোৱা দেখা যায়। কিন্তু বিশ্বত এনে কিছুমান মুছলিম দেশ আছে য'ত হিজাব পৰিধান কৰাক লৈ একাংশই সমস্যাত ভুগিছে।

হিজাবক লৈ ভাৰতত প্ৰায়ে বিতৰ্ক হোৱা দেখা যায়। কিন্তু বিশ্বত এনে কিছুমান মুছলিম দেশ আছে য'ত হিজাব পৰিধান কৰাক লৈ একাংশই সমস্যাত ভুগিছে।

2 / 5

ইজিপ্ত এখন মুছলিম বহুল দেশ। এই ইছলামিক ৰাষ্ট্ৰখনৰ আধা শতাংশই ছুন্নী মুছলিম। ইয়াত প্ৰায় ৯০ শতাংশলোক মুছলিম। তাৰ পাছতো এই দেশখনত হিজাব পিন্ধাৰ ওপৰত কিছু নিষেধাজ্ঞা আছে।

3 / 5

বিগত কেইটামান বছৰ ধৰি ইজিপ্ত বহু সাল-সলনি হৈছে। যাৰ বাবে আৰম্ভ হৈছে নতুন নিয়ম। ইজিপ্তৰ ৰাজধানী কাহিৰাৰ ৰেষ্টুৰেন্টত হিজাব পৰিধান কৰা মহিলাক প্ৰৱেশত বাধা দিয়া হয়।

4 / 5

শিক্ষা ব্যৱস্থাৰ উন্নতি আৰু সুৰক্ষাৰ বাবে বিদ্যালয়ত নকাব পিন্ধি অহাত নিষেধাজ্ঞা জাৰি কৰিছে। ইজিপ্তৰ শিক্ষা মন্ত্ৰালয়ৰ মতে নকাবৰ আঁৰত কোনোলোকে আহি অপৰাধমূলক কাম সংঘটিত কৰিব পাৰে। যাৰ বাবে এনে ব্যৱস্থা লোৱা হৈছে।

5 / 5

ইজিপ্তৰ স্কুলত হিজাব চৰকাৰে বিকল্প হিচাপে ৰাখিছে। ইয়াৰ অৰ্থ এয়াই যে ইচ্ছা অনুসৰি কোনোৱে স্কুললৈ যাব পাৰে। উল্লেখ কৰা প্ৰয়োজন যে হিজাবে মহিলাৰ মূৰ আৰু চুলি ঢাকি ৰাখে । আনহাতে নকাবে মহিলাৰ সম্পূৰ্ণ মুখ ঢাকি ৰাখে । কেৱল চকুহে দেখা পোৱা যায়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...