সন্মুখত টি-২০ বিশ্বকাপঃ কিয় আমেৰিকাই ভিছা নিদিলে এইজন খেলুৱৈক… – Assamese News: Latest News in Assamese Online, Assamese Breaking and Live Updates, Assamese News Today

সন্মুখত টি-২০ বিশ্বকাপঃ কিয় আমেৰিকাই ভিছা নিদিলে এইজন খেলুৱৈক…

Updated On: 

22 May 2024 | 07:06 PM

২ জুনৰ পৰা আমেৰিকাত আৰম্ভ হ’ব টি-২০ বিশ্বকাপ । ইয়াৰ পূৰ্বে এজন খেলুৱৈ ডাঙৰ বিপদত পৰিছে। এই খেলুৱৈজনক আমেৰিকাই নিজৰ দেশত প্ৰৱেশ কৰাত বাধা আৰোপ কৰিছে। অৰ্থাৎ ভিছা লাভ কৰা নাই এজন ভাৰতীয় খেলুৱৈগৰাকীয়ে।

1 / 5সকলোৱে অপেক্ষা কৰি আছে টি-২০ বিশ্বকাপৰ। এই খেলৰ বাবে অতি আগ্ৰহী হৈ আছে ক্ৰিকেটপ্ৰেমী ৰাইজ। কিন্তু ইয়াৰ মাজতে বিপদত পৰিছে এজন খেলুৱৈ।

সকলোৱে অপেক্ষা কৰি আছে টি-২০ বিশ্বকাপৰ। এই খেলৰ বাবে অতি আগ্ৰহী হৈ আছে ক্ৰিকেটপ্ৰেমী ৰাইজ। কিন্তু ইয়াৰ মাজতে বিপদত পৰিছে এজন খেলুৱৈ।

2 / 5

নেপালৰ লেগ স্পিনাৰ সন্দীপ লমিছানে আকৌ এবাৰ ডাঙৰ বিপদত পৰিছে। এইবাৰ খেলুৱৈগৰাকীৰ বাবে আমেৰিকাত প্ৰৱেশ কৰাটো কঠিন হৈ পৰিছে।

3 / 5

নেপালৰ আমেৰিকাৰ দূতাবাসে সন্দীপ লমিছানেক ভিছা দিবলৈ অস্বীকাৰ কৰিছে। সন্দীপ লমিছানে নিজেই টুইট কৰি জনাইছে এই কথা।

4 / 5

২০১৯ চনতো সন্দীপ লমিছানে আমেৰিকাৰ ভিছা লাভ কৰা নাছিল। এই খেলুৱৈজনে কেৰিবিয়ান প্ৰিমিয়াৰ লীগত অংশগ্ৰহণ কৰা কথা আছিল। সেই সময়ত এই খেলুৱৈগৰাকীয়ে নেপালৰ প্ৰধানমন্ত্ৰীৰ পৰা সহায় বিচাৰিছিল।

5 / 5

সন্দীপ লামিচানেৰ বিৰুদ্ধে কিশোৰীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছিল। অৱশ্যে শেহতীয়াকৈ এই খেলুৱৈগৰাকীক কাঠমাণ্ডু উচ্চ ন্যায়ালয়ে দোষমুক্ত কৰিছিল। কিন্তু ভিছা নাপালে খেলুৱৈ গৰাকীয়ে। গতিকে কেনেদৰে খেলিবলৈ সুবিধা পাই খেলুৱৈগৰাকীয়ে সেয়া হ'ব লক্ষণীয়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...