ধ্যানত মগ্ন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী… – Assamese News: Latest News in Assamese Online, Assamese Breaking and Live Updates, Assamese News Today

ধ্যানত মগ্ন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী…

Updated On: 

31 May 2024 | 01:10 PM

কন্যাকুমাৰীৰ বিবেকানন্দ ৰক মেম'ৰিয়েলত ধ্যান বহিছে প্ৰধানমন্ত্ৰী মোদী। তেওঁৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰায় ৩০০০ নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছে। বন্ধ কৰি দিয়া হৈছে আন মানুহৰ প্ৰৱেশ।

1 / 5কন্যাকুমাৰীৰ বিবেকানন্দ ৰক মেম'ৰিয়েলক অব্যাহত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ধ্যান।  ৪৫ ঘন্টাযোৰা মোদীৰ এই ধ্যান শনিবাৰ সন্ধিয়ালৈ চলিব। সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে কন্যাকুমাৰীত আছে। কেৱল ইমানেই নহয়, এই সময়চোৱাত মৌন হৈও থাকিব প্ৰধানমন্ত্ৰীগৰাকীয়ে।

কন্যাকুমাৰীৰ বিবেকানন্দ ৰক মেম'ৰিয়েলক অব্যাহত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ধ্যান। ৪৫ ঘন্টাযোৰা মোদীৰ এই ধ্যান শনিবাৰ সন্ধিয়ালৈ চলিব। সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে কন্যাকুমাৰীত আছে। কেৱল ইমানেই নহয়, এই সময়চোৱাত মৌন হৈও থাকিব প্ৰধানমন্ত্ৰীগৰাকীয়ে।

2 / 5

বৃহস্পতিবাৰে সন্ধিয়াৰ পৰা বিবেকানন্দ ৰক মেম’ৰিয়েলত ধ্যান আছে প্ৰধানমন্ত্ৰীয়ে। ৭৫ দিনীয়া নির্বাচনী প্রক্রিয়াৰ পাছত বৃহস্পতিবাৰে ধ্যান কৰিবলৈ প্রধানমন্ত্রী উপস্থিত হয় কন্যাকুমাৰীত৷ ১ জুনৰ সন্ধিয়ালৈকে ধ্যান মণ্ডপামত ধ্যান কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে।

3 / 5

১৮৯২ চনত স্বামী বিবেকানন্দই ধ্যান কৰা ঠাইখনেই এইখনেই। বিবেকানন্দৰ প্ৰতিমূৰ্তিৰ আগত প্ৰধানমন্ত্ৰী মোদীয়ে ধ্যান কৰি আছে। ১৩২ বছৰ আগতে চিকাগোলৈ যোৱাৰ আগতে স্বামী বিবেকানন্দই সাঁতুৰি ইয়াত উপস্থিত হৈছিল।

4 / 5

তিনি দিন ধৰি ধ্যান কৰিছিল তেওঁ। কন্যাকুমাৰীৰ তপস্যাই স্বামী বিবেকানন্দৰ জীৱনত গভীৰ প্ৰভাৱ পেলাইছিল। বিশ্বাস কৰা হয় যে ইয়াত বিবেকানন্দই ভাৰত মাতাৰ বিষয়ে ঐশ্বৰিক জ্ঞান লাভ কৰিছিল আৰু তেওঁ এখন উন্নত ভাৰতৰ সপোন দেখিছিল।

5 / 5

উল্লেখ্য যে, ১ জুনত দেশত অনুষ্ঠিত হ'ব অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচন। ইয়াৰ ফলাফল ঘোষণা হ'ব ৪ জুনত। ইয়াৰ পূৰ্বে মোদীৰ এই ধ্যানে এতিয়া দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...