শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
SIT: এছ আই টিৰ সৈতে বৈঠকত কি কি আলোচনা হ'ল জনালে উপস্থিত ব্যক্তিয়ে

SIT: এছ আই টিৰ সৈতে বৈঠকত কি কি আলোচনা হ’ল জনালে উপস্থিত ব্যক্তিয়ে

barasha-misra
Barasha Misra | Updated On: 14 Oct 2025 23:02 PM

৯০ দিনৰ ভিতৰত দাখিল কৰা হ'ব চাৰ্জশ্বিট। কোনো সাৰি নাযাব বুলি কয় আলোচনাত উপস্থিত ব্যক্তিসকলে। আজি ৰাজ্যৰ বিশিষ্ট ব্যক্তিৰে বৈঠকৰ অন্তত এই কথা নিশ্চিত কৰে SITএ। 

জুবিন গাৰ্গৰ মৃত্যুত ন্যায় বিচৰাৰ লগতে তদন্ত দীঘলীয়া নকিৰবলৈ SIT ত দাবী ৰাজ্যৰ বিশিষ্ট ব্যক্তি, দল-সংগঠনৰ। জুবিনৰ মৃত্যুৰ তদন্তৰ বাবে অসম আৰক্ষীৰ দল ছিংগাপুৰলৈ যোৱাৰ পথ প্ৰশস্ত। ৯০ দিনৰ ভিতৰত দাখিল কৰা হ’ব চাৰ্জশ্বিট।

কোনো সাৰি নাযাব বুলি কয় আলোচনাত উপস্থিত ব্যক্তিসকলে। আজি ৰাজ্যৰ বিশিষ্ট ব্যক্তিৰে বৈঠকৰ অন্তত এই কথা নিশ্চিত কৰে SITএ।