মহম্মদ ইউনুছৰ বাৰ্তাঃ নিজকে হিন্দু বুলি পৰিচয় নিদিব…
মহম্মদ ইউনুছে হিন্দুক লৈ এক বিতৰ্কিত মন্তব্য কৰিছে। তেওঁ কয় যে, সুৰক্ষিত কৰি ৰাখিবলৈ নিজকে হিন্দু বুলি পৰিচয় নিদিব। বাংলাদেশত চলি থকা হিন্দু নিৰ্যাতন সন্দৰ্ভতো তেওঁ মন্তব্য কৰে।
বাংলাদেশত দিনৰ পাছত দিন ধৰি হিন্দু নিৰ্যাতিত হৈ আহিছে। কিন্তু এই কথা যেন মানি ল’ব বিচৰা নাই মহম্মদ ইউনুছে। শেহতীয়াকৈ ইউনুছৰ এটা ভিডিঅ’ ভাইৰেল হৈছে, য’ত তেওঁ হিন্দুৰ ওপৰত কৰা বিশেষ মন্তব্য ভাইৰেল হৈ পৰিছে। তেওঁ কয় যে, সুৰক্ষিত কৰি ৰাখিবলৈ নিজকে হিন্দু বুলি পৰিচয় নিদিব।
উল্লেখ্য যে, এক সাক্ষাৎকাৰৰ সময়ত ইউনুছে হিন্দুৰ সুৰক্ষাৰ ওপৰত গুৰুত্বপূৰ্ণ মন্তব্য কৰে। তেওঁ কয় যে, ভাৰতে ভুৱা বাতৰি প্ৰচাৰ কৰে। ভুৱা বাতৰি প্ৰচাৰ কৰা ভাৰতৰ বৈশিষ্ট্য। সংখ্যালঘু হিন্দুৰ ওপৰত হৈ থকা অত্যাচাৰৰ সুৰক্ষাৰ ওপৰত মন্তব্য প্ৰদান কৰি তেওঁ কয় যে, হিন্দুসকলে নিজকে হিন্দু বুলি পৰিচয় নিদিব।
শ্বেখ হাছিনা চৰকাৰ ভংগ হোৱাৰ পাছতে দেশখনত হিন্দুৰ ওপৰত নিৰ্যাতন চলি আছে। দেশখনৰ সৈতে ভাৰতৰ সম্পৰ্কৰো অৱনতি ঘটিছে।
Latest Videos

শহুৰেকৰ জন্মদিনত কি কৰিলে ঐশ্বৰ্যই? আলোচিত কথাবোৰেই সঁচা নেকি?

মহম্মদ ইউনুছৰ বাৰ্তাঃ নিজকে হিন্দু বুলি পৰিচয় নিদিব...

নাম-নম্বৰ গোপনে ৰাখি WhatsAppত কৰিব পাৰিব মেছেজ, কেনেকৈ?

ভিচেৰা পৰীক্ষা কি? জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তত ই কিদৰে সহায় কৰিব?
