শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
Ticket Price Hike: ভ্ৰমণৰ সময় ওচৰ চাপি অহাৰ লগে লগে টিকটৰ মূল্য কিয় বৃদ্ধি হয়?

Ticket Price Hike: ভ্ৰমণৰ সময় ওচৰ চাপি অহাৰ লগে লগে টিকটৰ মূল্য কিয় বৃদ্ধি হয়?

barasha-misra
Barasha Misra | Published: 11 Oct 2025 21:51 PM

এই প্ৰক্ৰিয়াৰ অধীনত কোম্পানীসমূহে প্ৰতিখন বিমান বা প্ৰিমিয়াম ট্ৰেইনৰ পৰা সৰ্বাধিক লাভ কৰিব বিচাৰে। এই কামত আই আৰ চি টি চি বা বিমান সংস্থাসমূহক ৰাজহ সংগ্ৰহত কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা সহায় কৰা হয়।

হঠাৎ বিমান বা ৰে’লযোগে ক’ৰবালৈ গ’লে টিকটৰ মূল্য যথেষ্ঠ বৃদ্ধি দেখা যায়। কিন্তু টিকটৰ মূল্যৰ এনে পৰিৱৰ্তন কিয়? বিমান সংস্থা বা আই আৰ চি টি চিয়ে আচলতে ডাইনামিক প্ৰাইচিং নামৰ এটা জটিল প্ৰক্ৰিয়া ব্যৱহাৰ কৰে। এই প্ৰক্ৰিয়াৰ অধীনত কোম্পানীসমূহে প্ৰতিখন বিমান বা প্ৰিমিয়াম ট্ৰেইনৰ পৰা সৰ্বাধিক লাভ কৰিব বিচাৰে। এই কামত আই আৰ চি টি চি বা বিমান সংস্থাসমূহক ৰাজহ সংগ্ৰহত কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা সহায় কৰা হয়।

সবিশেষৰ বাবে চাওক এই ভিডিঅ’…