শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
Zubeen Garg's Wife: জুবিনৰ মৃত্যুৰ পাছতো সেন্দূৰ লোৱাৰ সন্দৰ্ভত গৰিমাই কি ক'লে ?

Zubeen Garg’s Wife: জুবিনৰ মৃত্যুৰ পাছতো সেন্দূৰ লোৱাৰ সন্দৰ্ভত গৰিমাই কি ক’লে ?

manas-borah
Manas Borah | Published: 11 Oct 2025 19:56 PM

শিৰৰ সেন্দূৰেৰে জুবিন গাৰ্গক জীয়াই ৰাখিছে গৰিমা শইকীয়া গাৰ্গে। পিছে এইলৈ একাংশই উপহাস কৰিবলৈ আৰম্ভ কৰিছিল। কিন্তু এই বিষয়টো স্পষ্ট কৰি দিছে গৰিমাই।

সকলোৱে একেষাৰে কৈছে জুবিন দা আমাৰ মাজত আছে আৰু থাকিব। শিৰৰ সেন্দূৰেৰে জুবিন গাৰ্গক জীয়াই ৰাখিছে গৰিমা শইকীয়া গাৰ্গে। পিছে এইলৈ একাংশই উপহাস কৰিবলৈ আৰম্ভ কৰিছিল। কিন্তু এই বিষয়টো স্পষ্ট কৰি দিছে গৰিমাই।

গৰিমা পেছাত এগৰাকী ফেশ্বন ডিজাইনাৰ। প্ৰথমে জুবিনৰ সৈতে বন্ধুত্ব, পিছলৈ প্ৰেম আৰু ২০০২ চনত দুয়োৰে বিবাহ হয়। তেতিয়াৰ পৰা জুবিনৰ ছাঁটোৰ দৰে আছিল গৰিমা।