শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
কি হৈছে প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰৰ লগত, কিয় আটক কৰিলে চিকিৎসা কৰ্মীক?

কি হৈছে প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰৰ লগত, কিয় আটক কৰিলে চিকিৎসা কৰ্মীক?

barasha-misra
Barasha Misra | Updated On: 14 Nov 2025 19:34 PM

ভিডিঅ’টো কেনেকৈ শ্বুট কৰা হৈছিল আৰু ইয়াৰ লগত কোন জড়িত আছিল সেই বিষয়ে জানিবলৈ এতিয়াও তদন্ত অব্যাহত আছে।

চিকিৎসালয়খনৰ ভিতৰৰ পৰা এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে, য’ত দেখা গৈছিল ধৰ্মেন্দ্ৰ আই চি ইউৰ বিচনাত পৰি আছে, তেওঁৰ দুই পুত্ৰ ছানী দেউল আৰু ববি দেউলৰ সৈতে কাষত পৰিয়ালৰ অন্যান্য সদস্যও আছে। ইয়াতেই শেষ নহয়, ভিডিঅ’টোত তেওঁৰ প্ৰথম পত্নী প্ৰকাশ কৌৰেও কান্দি থকা দেখা গৈছিল, আৰু পৰিয়ালৰ আন সদস্যসকলো ভাঙি পৰিছিল।

হিন্দুস্তান টাইমছৰ তথ্য অনুসৰি এই ভিডিঅ’টো ছচিয়েল মিডিয়াত দিবলৈ চিকিৎসালয়ৰ এজন কৰ্মচাৰীয়ে ৰেকৰ্ডিং কৰিছিল। এইচ টি চিটিৰ সূত্ৰ অনুসৰি ইতিমধ্যে কৰ্মচাৰীজনক গ্ৰেপ্তাৰ কৰা হৈছে। ভিডিঅ’টো কেনেকৈ শ্বুট কৰা হৈছিল আৰু ইয়াৰ লগত কোন জড়িত আছিল সেই বিষয়ে জানিবলৈ এতিয়াও তদন্ত অব্যাহত আছে।

 

সবিশেষৰ বাবে চাওক এই ভিডিঅ’…