শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
Virat Kohli: নাখায় মাছ-মাংস ! বিৰাটে ফিটনেছৰ বাবে কিহৰ গাখীৰ খায় ? জানেনে

Virat Kohli: নাখায় মাছ-মাংস ! বিৰাটে ফিটনেছৰ বাবে কিহৰ গাখীৰ খায় ? জানেনে

manas-borah
Manas Borah | Updated On: 18 May 2025 23:04 PM

বিশ্বৰ অন্যতম শ্ৰেষ্ঠ বেটছমেন। বিশ্বকাপ জয় কৰাৰ পাছত টি-২০ ক্ৰিকেট যাত্ৰা সামৰণি মাৰে বিৰাটে। অৱশ্যে আই পি এলত ভাল প্ৰদৰ্শন কৰিছে বিৰাট কোহলীয়ে। শেহতীয়াকৈ তেওঁ টেষ্ট ক্ৰিকেটৰ পৰাও অৱসৰ গ্ৰহণ কৰিছে। কিন্তু তেওঁৰ বৰ্তমানৰ ফিটনেছৰ বাবে টেছ ক্ৰিকেটৰ পৰা অৱসৰ লোৱা কাৰ্যক সহজভাৱে ল’ব পৰা নাই অনুৰাগীয়ে । পিছে তেওঁ এই ফিটনেছৰ বাবে কেনে খাদ্যাভ্যাস মানি চলে জানেনে ?

কেৱল ক্ৰিকেটাৰৰ মাজতে নহয়, বিৰাট কোহলীৰ ফিটনেছ অন্য খেলৰ লগত জড়িত খেলুৱৈসকলৰ বাবেও এক আদৰ্শ। কিন্তু কিশোৰ অৱস্থাত তেওঁ সম্পূৰ্ণ বেলেগ আছিল। হয়তো নিজে উপলব্ধি কৰিছিল যে, ক্ৰিকেট যাত্ৰা অব্যাহত ৰাখিবলৈ নিজৰ ফিটনেছ নিয়ন্ত্ৰণত ৰখাটো অতি প্ৰয়োজন । যাৰ বাবে তেওঁ পৰিহাৰ কৰিছিল বহু প্ৰিয় খাদ্য । একেদৰে ফিটনেছ ট্ৰেইনিঙৰ পৰা আৰম্ভ কৰি সম্পূৰ্ণ জীৱনশৈলী সলনি কৰিছিল বিৰাট কোহলীয়ে। ৩৬ বছৰ বয়সতো ৰানিং বিটউইন দ্য উইকেট, দুর্দান্ত ফিল্ডিঙত তেওঁ অপ্ৰতিৰোধ্য ।

বিৰাট কোহলীৰ বেটিং দক্ষতাক লৈ কোনেও সন্দেহ নকৰে। বিশ্বৰ অন্যতম শ্ৰেষ্ঠ বেটছমেন। বিশ্বকাপ জয় কৰাৰ পাছত টি-২০ ক্ৰিকেট যাত্ৰা সামৰণি মাৰে বিৰাটে। অৱশ্যে আই পি এলত ভাল প্ৰদৰ্শন কৰিছে বিৰাট কোহলীয়ে। শেহতীয়াকৈ তেওঁ টেষ্ট ক্ৰিকেটৰ পৰাও অৱসৰ গ্ৰহণ কৰিছে। কিন্তু তেওঁৰ বৰ্তমানৰ ফিটনেছৰ বাবে টেছ ক্ৰিকেটৰ পৰা অৱসৰ লোৱা কাৰ্যক সহজভাৱে ল’ব পৰা নাই অনুৰাগীয়ে । পিছে তেওঁ এই ফিটনেছৰ বাবে কেনে খাদ্যাভ্যাস মানি চলে জানেনে ?