শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
বিজয় দিৱসত ১৯৭১ৰ ভাৰত-পাকিস্তান যুদ্ধৰ বীৰ ছহিদক সুঁৱৰিলে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে

manas-borah
Manas Borah | Published: 16 Dec 2025 17:13 PM

বিজয় দিৱসৰ দিনা নতুন দিল্লীৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত আজি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মাল্যাৰ্পণ কৰে। প্ৰতিৰক্ষা মন্ত্ৰীৰ সৈতে যোগদান কৰে প্ৰতিৰক্ষা মুৰব্বী জেনেৰেল অনিল চৌহান, সেনা মুৰব্বী জেনেৰেল উপেন্দ্ৰ দ্বিবেদী, বায়ুসেনাৰ মুৰব্বী এয়াৰ চীফ মাৰ্শ্বাল এ পি সিং, আৰু নৌসেনাৰ মুৰব্বী এডমিৰেল দিনেশ কে ত্ৰিপাঠীয়ে।

বাংলাদেশৰ স্বাধীনতা লাভ কৰা ১৯৭১ চনৰ যুদ্ধত ভাৰতৰ নিৰ্ণায়ক বিজয়ৰ স্মৃতিত প্ৰতি বছৰে ১৬ ডিচেম্বৰত বিজয় দিৱস পালন কৰা হয়। এই উপলক্ষে আজি দেশজুৰি বিজয় দিৱস উদযাপন কৰা হৈছে। অসমতো পালন কৰা হৈছে বিজয় দিৱস।